Gold Price: পুনৰ বৃদ্ধি সোণ-ৰূপৰ মূল্য! জানক আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব সোণ-ৰূপ | Gold and silver rate in india, what is the price of gold and silver in Guwahati market on 17 may Assam news - Assam Tv9

Gold Price: পুনৰ বৃদ্ধি সোণ-ৰূপৰ মূল্য! জানক আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব সোণ-ৰূপ

Published: 

17 May 2025 | 12:33 PM

Gold Rate Today: সোণৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পাছতো ভাৰতীয়সকলে সোণত বিনিয়োগ বৃদ্ধি কৰি আছে। বিশ্বৰ বজাৰৰ উত্থন-পতন আৰু আমেৰিকান ডলাৰৰ শক্তিৰ দ্বাৰা ভাৰতত সোণৰ মূল্য প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। সোণৰ ওপৰত আৰোপ কৰা শুল্ক স্থানীয় বজাৰত যোগান আৰু চাহিদাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়। আজি দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য পৰিৱৰ্তন হৈছে। জানো আহক গুৱাহাটীত কিমান মূল্য বিক্ৰী হৈছে সোণ-ৰূপ।

1 / 5সোণ অন্যতম বহুমূলীয়া আৰু ব্যয়বহুল ধাতু। ভাৰতত সোণৰ গুৰুত্ব অপৰিসীম আৰু বৰ্তমান ই অন্যতম গুৰুত্বপূৰ্ণ বিনিয়োগ। ভাৰতত সোণৰ মূল্য কেৱল গহনা ৰূপতেই নহয়, শিল্প আৰু মুদ্ৰাৰ ৰূপতো বৃদ্ধি পাইছে।

সোণ অন্যতম বহুমূলীয়া আৰু ব্যয়বহুল ধাতু। ভাৰতত সোণৰ গুৰুত্ব অপৰিসীম আৰু বৰ্তমান ই অন্যতম গুৰুত্বপূৰ্ণ বিনিয়োগ। ভাৰতত সোণৰ মূল্য কেৱল গহনা ৰূপতেই নহয়, শিল্প আৰু মুদ্ৰাৰ ৰূপতো বৃদ্ধি পাইছে।

2 / 5

ভাৰতত সোণৰ মূল্য জনাৰ আগতে ২৪ কেৰেট আৰু ২২ কেৰেট সোণৰ পাৰ্থক্য জনাটো গুৰুত্বপূৰ্ণ। ২৪ কেৰেটৰ সোণ আন কোনো ধাতুৰ কোনো মিশ্ৰণ নোহোৱাকৈ কেৱল ১০০% বিশুদ্ধ সোণ থাকে। একে সময়তে ৰূপ বা তামৰ দৰে মিশ্ৰিত ধাতু ২২ কেৰেট সোণত মিহলি কৰা হয়। ২২ কেৰেটৰ সোণত ৯১.৬৭ শতাংশ বিশুদ্ধ সোণ থাকে।

3 / 5

গুড ৰিটাৰ্মছৰ তথ্যনুসৰি, ভাৰতত আজি প্ৰতি গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৯,৫২৮ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৭৩৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,১৪৭টকা।

4 / 5

Gold 1 1

5 / 5

গুড ৰিটাৰ্ণচৰ তথ্যনুসৰি আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ৯৭ আৰু প্ৰতি কিলোগ্ৰামত ৯৭,০০০ টকা। ৰূপৰ মূল্য আজি ভাৰতত পৰিৱৰ্তন হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...