Gold Price Today: আজি হ্ৰাস পালে সোণৰ মূল্য! শীঘ্ৰে ক্ৰয় কৰক সোণ-ৰূপৰ গহণা | Gold and silver rate falls in india, what is the price of gold and silver in Guwahati market on 28th may Assam news - Assam Tv9

Gold Price Today: আজি হ্ৰাস পালে সোণৰ মূল্য! শীঘ্ৰে ক্ৰয় কৰক সোণ-ৰূপৰ গহণা

Published: 

28 May 2025 14:28 PM

Gold Rate In Guwahati: আজি ২৭ মে', সোণ-ৰূপৰ মূল্য ধাৰাবাহিক পৰিৱৰ্তন হৈ আছে। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5আজি ২৮ মে’ বুধবাৰে সোণৰ মূল্য বৃহৎ হ্ৰাস পোৱা দেখা গৈছে । দিল্লী, মুম্বাইকে ধৰি দেশৰ প্ৰধান চহৰতো সোণৰ মূল্য সস্তা হৈছে, ২২ আৰু ২৪ কেৰেটৰ সোণৰ মূল্য ৬০০ টকাৰ পৰা ৬৬০ টকালৈ হ্ৰাস পাইছে।

আজি ২৮ মে’ বুধবাৰে সোণৰ মূল্য বৃহৎ হ্ৰাস পোৱা দেখা গৈছে । দিল্লী, মুম্বাইকে ধৰি দেশৰ প্ৰধান চহৰতো সোণৰ মূল্য সস্তা হৈছে, ২২ আৰু ২৪ কেৰেটৰ সোণৰ মূল্য ৬০০ টকাৰ পৰা ৬৬০ টকালৈ হ্ৰাস পাইছে।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, ভাৰতত আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৭৪৮ টকা, ২২ কেৰেট সোণৰ ৮,৯৩৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩১১ টকা।

3 / 5

আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৭৪৮ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৯৩৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৩১১ টকা।

4 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১০০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকা।

5 / 5

সোণৰ মূল্য ধাৰাবাহিকভাৱে বৃদ্ধি পোৱাৰ পাছতো ভাৰতীয়সকলে সোণত বিনিয়োগ বৃদ্ধি কৰি আছে। বিশ্বৰ বজাৰৰ উত্থন-পতন আৰু আমেৰিকান ডলাৰৰ শক্তিৰ দ্বাৰা ভাৰতত সোণৰ মূল্য প্ৰত্যক্ষভাৱে প্ৰভাৱিত হয়। সোণৰ ওপৰত আৰোপ কৰা শুল্ক স্থানীয় বজাৰত যোগান আৰু চাহিদাৰ ভিত্তিত নিৰ্ধাৰণ কৰা হয়।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…