বিয়াৰ বতৰত ৰকেটৰ গতিত বাঢ়িছে সোণৰ দাম | Gold and Silver Prices Today in Guwahati Assam news - Assam Tv9

১ লাখ চুবলৈ কেইটকামানহে বাকী, বিয়াৰ বতৰত ৰকেটৰ গতিত বাঢ়িছে সোণৰ দাম

Published: 

11 Apr 2025 | 01:01 PM

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৪০০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৫ হাজাৰ টকাত বিক্ৰী হৈছে। চাওক গুৱাহাটীত আজি সোণৰ ৰূপৰ দাম কিমান ?

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৪০০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ৮৭ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৫ হাজাৰ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫ হাজাৰ ৪০০ টা । একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭ হাজাৰ ৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৫ হাজাৰ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৫,৫৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮৭,৬০০ টকা । দিল্লীত প্ৰতি কিলোগ্ৰাম ৰূপ ৯৭ হাজাৰ ১০০ টকাত বিক্ৰী হৈছে।

3 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৫৪০ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,১৫৫ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭১,৫৫০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮৭,৪৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৫,৫০০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৭,১০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...