আজি গুৱাহাটী আৰু দিল্লীত 24K, 22K, আৰু 18K সোণৰ মূল্য কিমান? | Gold and Silver Prices Today: Check 24K, 22K, and 18K Rates in Guwahati Assam news - Assam Tv9

আজি গুৱাহাটী আৰু দিল্লীত 24K, 22K, আৰু 18K সোণৰ মূল্য কিমান? জানক…

Published: 

02 Aug 2025 | 09:47 AM

আজিৰ দিনটোত সোণ-ৰূপৰ মূল্য সামান্য হ্ৰাস পাইছে। দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৮১০ টকা। ইয়াৰ লগতে গুৱাহাটীত কিমান জানক।

1 / 5আজিৰ দিনটোত সোণৰ মূল্য কিছু হ্ৰাস পাইছে। দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৮১০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৯১,৪৯০ টকা আৰু ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৭৪,৮৯০ টকা।

আজিৰ দিনটোত সোণৰ মূল্য কিছু হ্ৰাস পাইছে। দেশৰ বজাৰত ২৪ কেৰেটৰ প্ৰতি ১০ গ্ৰাম সোণৰ মূল্য ৯৯,৮১০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৯১,৪৯০ টকা আৰু ১৮ কেৰেট সোণৰ ১০ গ্ৰামৰ মূল্য ৭৪,৮৯০ টকা।

2 / 5

গুড ৰিটাৰ্নছৰ তথ্য মতে, আজিৰ দিনটোত দেশৰ ৰাজধানী দিল্লীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৯৬০ টকা। ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯১,৬৪০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ ৭৮,৯৮০ টকা।

3 / 5

আজিৰ দিনটোত গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৯,৮১০ টকা। কালি দিনটোত এই মূল্য আছিল ৯৯,৮২০ টকা।

4 / 5

একেদৰে আজিৰ দিনটোত গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯২,৪৯০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৪,৮৬০ টকা।

5 / 5

ইফালে, আজিৰ দিনটোত ৰূপৰ মূল্য প্ৰতি ১১২,৯০ টকাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,১২,৯০০ টকা। ৰূপৰ মূল্য প্ৰতি কেজিত ১০০ টকা হ্ৰাস পোৱা দেখা গৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...