সোণ আৰু ৰূপৰ দাম সামান্য বৃদ্ধি! গুৱাহাটীত ৰেট চাওক... | Gold and Silver Prices Slight Hike Today August 6, 2025 ! Check Rates in Guwahati, Delhi Assam news - Assam Tv9

সোণ আৰু ৰূপৰ দাম সামান্য বৃদ্ধি! গুৱাহাটীত ৰেট চাওক…

Published: 

06 Aug 2025 | 09:43 AM

আজি ৬ আগষ্ট বুধবাৰৰ দিনটোত সোণ-ৰূপৰ মূল্য সামান্য বৃদ্ধি পোৱা দেখা গৈছে। গুড ৰিচাৰ্ণছৰ মতে, ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১০ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে। চাওঁ আহক আজি গুৱাহাটীত সোণ-ৰূপৰ ৰেট কিমান?

1 / 5আজিৰ দিনটোত সামান্য পৰিমাণে সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। গুড ৰিচাৰ্ণছৰ মতে, ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১০ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে।  আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,২২৩ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৩৭১ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৬৬৮ টকা।

আজিৰ দিনটোত সামান্য পৰিমাণে সোণৰ মূল্য বৃদ্ধি পোৱা দেখা গৈছে। গুড ৰিচাৰ্ণছৰ মতে, ২৪ কেৰেট, ২২ কেৰেট আৰু ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামত ১০ টকাকৈ বৃদ্ধি পোৱা দেখা গৈছে। আজি দেশৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,২২৩ টকা, ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৯,৩৭১ টকা আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ৭,৬৬৮ টকা।

2 / 5

আজি দেশৰ ৰাজধানী দিল্লীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০২,৩৮০ টকা হোৱাৰ বিপৰীতে ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৮৬০ টকা। একেদৰে ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,৮৮০ টকা।

3 / 5

ইফালে, গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০২,২৩০ টকা। মঙলবাৰে দিনটোত এই মূল্য আছিল ১,০২,২২০ টকা।

4 / 5

একেদৰে গুৱাহাটীত ২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৯৩,৭১০ টকা। মঙলবাৰে দিনটোত এই মূল্য আছিল ৯৩,৭০০ টকা। ১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ৭৬,৬৮০ টকা। মঙলবাৰে দিনটোত এই মূল্য আছিল ৭৬,৬৭০ টকা।

5 / 5

আজিৰ দিনটোত ৰূপ মূল্য প্ৰতি কেজিত ১০০ টকাকৈ বৃদ্ধ পোৱা দেখা গৈছে। প্ৰতি গ্ৰাম ৰূপৰ মূল্য ১১৫.১০ টকা হোৱাৰ বিপৰীতে প্ৰতি কেজি ৰূপৰ মূল্য ১,১৫,১০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...