আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ? | Gold and Silver Prices in Guwahati on January 11 Assam news - Assam Tv9

আজিৰ দিনটোত গুৱাহাটীত সোণ-ৰূপৰ মূল্য কিমান ?

Published: 

11 Jan 2026 | 10:33 AM

এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজি দেশৰ বজাৰত সোণ-ৰূপৰ মূল্য কিমান? চাওঁ আহক ।

1 / 5আজি ১১ জানুৱাৰী, দেওবাৰ। এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজিৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১৪,০৪৬ টকা। ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,৮৭৫ টকা। ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৫৩৪ টকা।

আজি ১১ জানুৱাৰী, দেওবাৰ। এই বন্ধৰ দিনটোত সোণ-ৰূপৰ মূল্যত কোনো পৰিৱৰ্তন হোৱা নাই। আজিৰ দিনটোত ২৪ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১৪,০৪৬ টকা। ২২ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১২,৮৭৫ টকা। ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামৰ মূল্য ১০,৫৩৪ টকা।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি, আজি গুৱাহাটীত ২৪ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,৪০,৪৬০ টকা। ১০০ গ্ৰামৰ মূল্য হৈছে ১৪,০৪,৬০০ টকা।

3 / 5

২২ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য হৈছে ১,২৮,৭৫০ টকা। ১০০ গ্ৰামৰ মূল্য হৈছে ১২,৮৭,৫০০ টকা।

4 / 5

১৮ কেৰেট সোণৰ প্ৰতি ১০ গ্ৰামৰ মূল্য ১,০৫,৩৪০ টকা। ১০০ গ্ৰামৰ সোণৰ মূল্য হৈছে ১০,৫৩,৪০০ টকা।

5 / 5

ইফালে, ১০০ গ্ৰাম ৰূপৰ মূল্য হৈছে ২৬,০০০ টকা। প্ৰতি কেজি ৰূপৰ মূল্য হৈছে ২,৬০,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...