Gold Price Today: আকৌ পৰিৱৰ্তন! আজি সোণ কিনাৰ পূৰ্বে জানি লওক ইয়াৰ দামৰ সবিশেষ…
নিৰন্তৰভাৱে সলনি হৈ আছে সোণ আৰু ৰূপৰ দাম ।গহনাত ২২ কেৰেট সোণ ব্যৱহাৰ কৰা হয়। এই সোণ ৯১,৬ % বিশুদ্ধ। যেতিয়াই আপুনি গহনা ক্ৰয় কৰে, ইয়াৰ হলমাৰ্কৰ বিষয়ে ভালদৰে জানিক লওক। আজি দেশৰ বজাৰৰ লগতে গুৱাহাটীত সোণৰ দাম কিমান? সবিশেষ জানো আহক...
1 / 6

2 / 6
3 / 6
4 / 6
5 / 6
6 / 6