Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি? গুৱাহাটীত আজি সোণ-ৰূপৰ দাম জানক... | gold and silver price in Guwahati on 8 october , know in details Assam news - Assam Tv9

Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি? গুৱাহাটীত আজি সোণ-ৰূপৰ দাম জানক…

Published: 

08 Oct 2025 09:51 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১৩, ০৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩, ৩২০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ৮ অক্টোবৰ, বুধবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৩,১৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১২, ৯০০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫৭,০০০  টকাত বিক্ৰী হৈছে।

আজি ৮ অক্টোবৰ, বুধবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৩,১৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১২, ৯০০ । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫৭,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১৩, ০৫০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩, ৩২০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৫৭,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২, ৩১৭ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,২৯০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৯, ২৩৮ টকা হৈছে।

4 / 5

Goldprice

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৫৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৫৭,০০০ টকা।

হেপাটাইটিছ B ৰ লক্ষণবোৰ কি কি? ইয়াক কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি? জানক
ঋণৰ বোজাৰ পৰা পাব মুক্তি , ঘৰতে কৰক এই সহজ প্ৰতিকাৰ
কেঁচা আদা খালে কি হয়? ইয়াৰ স্বাস্থ্যৰ উপকাৰিতা জানক
দীপাৱলীত ফুলিব কপাল, কেৱল মানি চলক এই নিয়ম!