Gold Price Today: আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান? | gold and silver price in guwahati on 5th February 2025 wednesday Assam news - Assam Tv9

Gold Price Today: আজি গুৱাহাটীৰ বজাৰত সোণ-ৰূপৰ দাম কিমান?

Published: 

05 Feb 2025 13:58 PM

Gold price and silver rate 5th February: নিৰন্তৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম। এফালে দিল্লীৰ বজাৰত সোণৰ দামে ইতিমধ্যে ৮৫ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰিছে। সোণৰ দাম বৃদ্ধিৰ কাৰণ হৈছে ডলাৰৰ মূল্য হ্ৰাস। বুধবাৰে সোণৰ দামে ৮৬ হাজাৰ টকাৰ স্তৰ অতিক্ৰম কৰি এক নতুন অভিলেখত উপনীত হয়।

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৬,২৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,০৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৬,২৪০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,০৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

৫ ফেব্ৰুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৫,৩৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৯,৯২০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৬২৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৯০৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৩৩৭ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৪,৬৮০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৯,০৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৬,২৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ বৃদ্ধি হোৱা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৫০০ টকা।

ভগৱানৰ কৃপা লাভ কৰিলে কি সংকেতে দেখা দিয়ে? ক'লে প্ৰেমানন্দ মহাৰাজে...
আমাৰ পেটত কিদৰে কৃমিৰ সৃষ্টি হয়? চাওঁ আহক এই সমস্যা দূৰ কৰাৰ ঘৰুৱা উপায়
জীৱনত সফল হোৱাটো নিশ্চিত, আজিৰে পৰা পালন কৰক এইকেইটা নিয়ম!
কেনেকৈ ৰোধ কৰিব গ্ৰীষ্মকালীন ভাইৰাছৰ সংক্ৰমণ? তালিকাত ৰাখক এইসমূহ খাদ্য