Gold Price Today: বছৰৰ শেষৰটো দিনত কমিছে সোণৰ দাম, কিমান হৈছে জানক... | Gold and Silver price in Guwahati on 31 december , know details in Assamese Assam news - Assam Tv9

Gold Price Today: বছৰৰ শেষৰটো দিনত কমিছে সোণৰ দাম, কিমান হৈছে জানক…

Updated On: 

31 Dec 2025 09:57 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে।দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৬,০৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৪,৭০০ টকা হৈছে । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ৩১ ডিচেম্বৰ , বুধবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,৩৫,৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম  ১,২৪,৫৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ২,৪০,০০০  টকাত বিক্ৰী হৈছে।

আজি ৩১ ডিচেম্বৰ , বুধবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৫,৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৪,৫৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,৪০,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৬,০৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৪,৭০০ টকা হৈছে । আজি প্ৰতি কিলোগ্ৰাম ২,৪০,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৩,৫৮৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৪৫৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,১৯১ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০১,৯১০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,২৪,৫৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩৫,৮৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ২৪০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ২,৪০,০০০ টকা।

বুধবাৰে তুলসী ৰোপণ কৰিলে কি হয়? জানক...
তেজ পাতে কি কি ৰোগ দূৰ কৰে? ইয়াৰ ৫ টা বিশেষ উপকাৰিতা জানক
নতুন বছৰত সহজ হৈ পৰিব সফলতাৰ পথ, ত্যাগ কৰক এই ৬টা অভ্যাস!
কেতিয়াৰ পৰা মহিলাসকলে মাহেকীয়াত চেনিটেৰী পেড ব্যৱহাৰ কৰা হ'ল?
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...
বটদ্ৰৱা প্ৰকল্পত ৰাইজৰ ভিৰ...