Gold Price Today: সৰস্বতী পূজাত প্ৰিয়জনক সোণ উপহাৰ দিয়াৰ কথা ভাবিছে নেকি? জানক গুৱাহাটীত আজি সোণৰ দৰ... | gold and silver price in guwahati on 2nd February 2025 sunday Assam news - Assam Tv9

Gold Price Today: সৰস্বতী পূজাত প্ৰিয়জনক সোণ উপহাৰ দিয়াৰ কথা ভাবিছে নেকি? জানক গুৱাহাটীত আজি সোণৰ দৰ…

Updated On: 

02 Feb 2025 | 11:36 AM

Gold price and silver rate 2ndFebruary:দেশৰ বজাৰত নিৰন্তৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। আজি দেওবাৰ, লগতে সৰস্বতী পূজা। জানো আহক আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৪,৪৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৭,৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৪,৪৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৭,৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

২ ফেব্ৰুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৪,৪৬০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৭৭,৬০০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৪৪৯ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৭,৭৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৩৩৭ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৩,৩৭০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৭,৪৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৪,৪৯০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ বৃদ্ধি হোৱা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৫০০ টকা।

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ