Gold Rate Today: সোণ কিনাৰ সুবৰ্ণ সুযোগ! গুৱাহাটীৰ বজাৰত আজি কিমান হ্ৰাস পালে সোণৰ দাম? | Gold and Silver price in guwahati on 27th February 2025 Assam news - Assam Tv9

Gold Rate Today: সোণ কিনাৰ সুবৰ্ণ সুযোগ! গুৱাহাটীৰ বজাৰত আজি কিমান হ্ৰাস পালে সোণৰ দাম?

trishna-kalita
Updated On: 

27 Feb 2025 13:15 PM

Gold and Silver Rate Guwahati: ২৭ ফেব্ৰুৱাৰীৰ দিনটোত আজি দিল্লীৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৫৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,২৫০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৩৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,১০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৩৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,১০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

2 / 5দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৫৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,২৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৫৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,২৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

3 / 5ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৩৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০১০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৫৪ টকা হৈছে।

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৩৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০১০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৫৪ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,৫৪০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,১০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৩৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। বুধবাৰৰ দিনটোত গুৱাহাটীত ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,৫০০ টকা আছিল। একেদৰে ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৮২০ টকা দৰত বিক্ৰী হৈছিল।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৮ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৮,০০০ টকা।

ইংলেণ্ডৰ মাটিত এক মহাৰেকৰ্ড স্থাপনৰ দিশে কে এল ৰাহুল, অতিক্ৰমৰ সুযোগ এই কিংবদন্তিক
সঘনাই জ্বৰ উঠে নেকি আপোনাৰ? উলাই নকৰিব, হ’ব পাৰে এনে চিন্তনীয় সমস্যাৰ লক্ষণ
ৰাতিপুৱাৰ মূৰ গধুৰ আৰু চকু ফুলি উঠা: মগজুৰ টিউমাৰৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
ভাগৰুৱা, বমি, জ্বৰৰ লগতে ভোক কমি গৈছে নেকি? সাৱধান হওক, হ'ব পাৰে এই ৰোগ...