Gold Rate Today: হ্ৰাস পালে সোণৰ দাম! জানক আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণৰ দৰ... | Gold and Silver price in guwahati on 26th February 2025 Assam news - Assam Tv9

Gold Rate Today: হ্ৰাস পালে সোণৰ দাম! জানক আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণৰ দৰ…

Published: 

26 Feb 2025 15:24 PM

Gold and Silver Rate Guwahati: ২৬ ফেব্ৰুৱাৰীৰ দিনটোত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৭,৯৭০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৬৫০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৮২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৭০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৮২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৭০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৮২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৭০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৮,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৮২ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০৫০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৮৭ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,৭৮০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,৫০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৮২০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৮ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৮,০০০ টকা।

কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...
আওকাণ নকৰিব, দিনৰ ভাগত টোপনি যোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে কিয় বিপদজনক ? জানক
আনাৰসৰ স্বাস্থ্য উপকাৰিতা: এই গ্রীষ্মমণ্ডলীয় ফলটো আপোনাৰ খাদ্যত কিয় ঠাই পোৱাৰ যোগ্য ?
হালধিৰ আছে বহু উপকাৰী গুণ, জানক সকলো...