Gold Price Today: সোণ কিনাৰ কথা ভাবিছে নেকি? চাওক আজি গুৱাহাটীত সোণৰ দৰ কিমান?
Gold price and silver rate today: বিভিন্ন সময়ত সোণৰ দামত উত্থান-পতন দেখা যায়। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। আজি গুৱাহাটীত কিমান দামত বিক্ৰী হৈছে সোণ আৰু ৰূপ? সবিশেষ জানক...
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5