Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণৰ দাম কিমান? সবিশেষ জানক... | Gold and Silver price in guwahati on 18th February 2025 Assam news - Assam Tv9

Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণৰ দাম কিমান? সবিশেষ জানক…

Published: 

19 Feb 2025 12:16 PM

Gold and Silver Rate Guwahati: দেশৰ বজাৰত নিৰন্তৰভাৱে বৃদ্ধি পাইছে সোণৰ দাম। আন্তঃৰাষ্ট্ৰীয় বজাৰৰ হাৰ, আমদানি শুল্ক, কৰ, আৰু বিনিময় হাৰৰ উত্থান-পতনে ভাৰতত সোণৰ দাম প্ৰভাৱিত কৰে। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক..

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮,৭৬৫ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৩৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮,৭৬৫ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৩৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

১৯ ফেব্ৰুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৭,৮০০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৪৫০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ১,০০,৫০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৬৫ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০৩৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৭৪ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,৭৪০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,৩৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৬৫০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০০,৫০০ টকা।

বৃক্ক-যকৃতৰ পৰা হৃদযন্ত্ৰলৈ, কুন্দুলীৰ এনে স্বাস্থ্য উপকাৰী গুণৰ কথা জানেনে আপুনি?
প্ৰস্ৰাৱৰ সৈতে তেজ ওলোৱাটো কি ৰোগৰ লক্ষণ? বিশেষজ্ঞৰ পৰা জানো আহক
নিশা শুই থাকোঁতেও পিয়াহত ডিঙি শুকাই যায় নেকি? হ’ব পাৰে নেকি কোনো ৰোগৰ লক্ষণ…
পানীত পৰিল গুজৰাট টাইটানছৰ ১৮ কোটি টকা, ট্ৰফীৰ নামত আহিল ৩৩টা ছয়…