Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী সোণ-ৰূপ? | Gold and silver price in guwahati on 15th March 2025 sunday Assam news - Assam Tv9

Gold Rate Today: আজি গুৱাহাটীৰ বজাৰত কিমান দৰত বিক্ৰী সোণ-ৰূপ?

Published: 

15 Mar 2025 | 11:22 AM

সোণৰ মূল্য প্ৰতি বছৰে বাঢ়ি আহিছে। এতিয়া বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰিছে। গুড ৰিটাৰ্ণৰ তথ্যনসৰি আজি ভাৰতত হ্ৰাস পাইছে সোণৰ মূল্য।

1 / 5আজি ভাৰতত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৮২ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৩৫ টকা, আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৬,৭৩৮ টকা হৈছে।

আজি ভাৰতত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৮২ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৩৫ টকা, আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৬,৭৩৮ টকা হৈছে।

2 / 5

সোণৰ মূল্য প্ৰতি বছৰে বাঢ়ি আহিছে। এতিয়া বিনিয়োগকাৰীসকলে সোণক এক গুৰুত্বপূৰ্ণ বিনিয়োগ হিচাপে বিবেচনা কৰিছে। গুড ৰিটাৰ্ণৰ তথ্যনসৰি আজি ভাৰতত হ্ৰাস পাইছে সোণৰ মূল্য।

3 / 5

আজি গুৱাহাটীত ১ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৮, ৪২০ টকা আৰু ২৪ কেৰেট ১ গ্ৰাম সোণৰ দাম ৮,৮৪১ টকা।

4 / 5

শনিবাৰে গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮, ৯৭৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,২৩০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৭৩৪ টকা হৈছিল।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য প্ৰতি গ্ৰামত ১০৩ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৩,০০০ টকা। শনিবাৰে দেশত প্ৰতি কিলোগ্ৰাম ৰূপ ১,০৩,০০০ টকাত বিক্ৰী হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...