Gold Price Today: পহিলা মাঘৰ দিনটোতে হ্ৰাস পালে সোণৰ দাম, কিমান হৈছে জানক... | Gold and silver price in Guwahati on 15 January 2026 , know in Assamese Assam news - Assam Tv9

Gold Price Today: পহিলা মাঘৰ দিনটোতে হ্ৰাস পালে সোণৰ দাম, কিমান হৈছে জানক…

Published: 

15 Jan 2026 | 10:20 AM

Gold and Silver Rate Guwahati: আজি মাঘ মাহৰ প্ৰথম দিনটোত দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,৩৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,৪০০ টকা হৈছে। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ১৫ জানুৱাৰী, বৃহস্পতিবাৰ । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,১৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,২৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,৯৫,০০০ টকাত বিক্ৰী হৈছে।

আজি ১৫ জানুৱাৰী, বৃহস্পতিবাৰ । আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,১৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,২৫০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ২,৯৫,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৪৩,৩৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,৩১,৪০০ টকা হৈছে । আজি প্ৰতি কিলোগ্ৰাম ২,৯৫,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি মাঘৰ প্ৰথম দিনটোত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৪,৩১৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৩,১২৪ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,৭৩৯ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০৭,৩৯০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,৩১,২৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৪৩,১৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ২৯৫ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ২,৯৫,০০০ টকা।

প্ৰয়োজনতকৈ অধিক খাদ্য খালে শৰীৰে কি কি ইংগিত দিয়ে, জানক...
৩০ দিন একেৰাহে জিৰা পানী খালে শৰীৰৰ কি কি পৰিবৰ্তন হ'ব?জানক...
দৈনিক ৰঙা চাহ খালে স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পাৰে? জানক...
সলনি হৈছে নেকি প্ৰস্ৰাৱৰ ৰং? এয়া কি ৰোগৰ লক্ষণ জানক...
হেঁপাহৰ ভোগালীঃ বজাৰত মাছৰ উজান...
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি