Gold Price Today: আজি গুৱাহাটীত কিমান হৈছে সোণৰ দাম? সবিশেষ... | gold and silver price in Guwahati on 15 december , know in details Assam news - Assam Tv9

Gold Price Today: আজি গুৱাহাটীত কিমান হৈছে সোণৰ দাম? সবিশেষ…

Published: 

15 Dec 2025 | 09:48 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪, ৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৬৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ১৫ ডিচেম্বৰ , সোমবাৰ।  দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ১,৩৪,৭৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৫০০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৯৭,৯০০  টকাত বিক্ৰী হৈছে।

আজি ১৫ ডিচেম্বৰ , সোমবাৰ। দেশৰ বজাৰত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪,৭৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৫০০ টকা । আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৯৭,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,৩৪, ৮৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,২৩,৬৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৯৭,৯০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১৩,৪৭৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৩৫০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,১০৫ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,০১,০৫০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,২৩,৫০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,৩৪,৭৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৯৭.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৯৭,৯০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...