Gold Price: হোলীৰ দিনটোত গুৱাহাটীৰ বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ? সবিশেষ জানক | Gold and Silver price in guwahati on 14th march 2025 Assam news - Assam Tv9

Gold Price: হোলীৰ দিনটোত গুৱাহাটীৰ বজাৰত কিমান টকাত বিক্ৰী হৈছে সোণ? সবিশেষ জানক

Published: 

14 Mar 2025 12:15 PM

Gold and Silver Rate Guwahati: বিগত কেইবামাহ ধৰি সোণৰ দামত হ্ৰাস-বৃদ্ধি হোৱা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৯,৯৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮২,৪৫০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম  ৮৯,৭৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮২,৩০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০৩,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৯,৭৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮২,৩০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০৩,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৯,৯৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮২,৪৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০৩,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮, ৯৭৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,২৩০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৭৩৪ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৭,৩৪০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮২,৩০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৯,৭৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত বৃদ্ধি হৈছে ৰূপৰ দৰ। আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০৩ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০৩,০০০ টকা।

ছাল, চুলিৰ লগতে এইসমূহ সমস্যা দূৰ কৰাত নিম পাত অতি উপকাৰী, জানক কেনেকৈ ব্যৱহাৰ কৰিব?
শুভ সংযোগ, আজিৰে পৰা এই ৫ ৰাশিৰ সলনি হ’ব ভাগ্য!
ডেংগু জ্বৰৰ পৰা হাত সাৰি থকাৰ উপায় কি? জানক কেনেকৈ গম পাব লক্ষণ
বৃক্ক সুস্থ ৰাখিবলৈ কি কি খোৱা অনুচিত? ভুলতেও নুচুব এইবোৰ খাদ্য!