Gold Price: আকৌ বৃদ্ধি! আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণ কিমান দামত বিক্ৰী হৈছে? | Gold and Silver price in guwahati on 12th march 2025 Assam news - Assam Tv9

Gold Price: আকৌ বৃদ্ধি! আজি গুৱাহাটীৰ বজাৰত ১০ গ্ৰাম সোণ কিমান দামত বিক্ৰী হৈছে?

trishna-kalita
Updated On: 

12 Mar 2025 13:11 PM

Gold and Silver Rate Guwahati: নিতৌ সোণৰ দামত হ্ৰাস-বৃদ্ধি দেখা যায়।দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৮,১৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,০৮০ টকা। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৪৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,২০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৪৯০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,২০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকাত বিক্ৰী হৈছে।

2 / 5দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৮,১৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,০৮০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকাত বিক্ৰী হৈছে।

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৮,১৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,০৮০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,০০,০০০ টকাত বিক্ৰী হৈছে।

3 / 5ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৯৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০৬৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৯৯ টকা হৈছে।

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৯৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০৬৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৯৯ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,৯৯০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,৬৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৪৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

গুৱাহাটীৰ বজাৰত বৃদ্ধি হৈছে ৰূপৰ দৰ। আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১০০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,০০,০০০ টকা।

বৃহস্পতিবাৰে ব্ৰত পালন কৰিলে কি কি লাভ হয়? আচৰিত ফল পাব...
ঋণৰ বোজাৰ পৰা মুক্ত হ'বলৈ এই নিয়ম মানি চলক...
হঠাতে ৰক্তচাপ বৃদ্ধিৰ লক্ষণে দেখা দিলে এই কাম কৰক, লগে লগে নিয়ন্ত্ৰণ হ'ব...
বাৰিষাৰ বতৰত ৰোগমুক্ত হৈ থাকিব বিচাৰেনে? খাওক এইসমূহ ফল...