Guwahati Gold Price Today: হোৰাহোৰে বাঢ়িছে সোণৰ দাম! গুৱাহাটীৰ বজাৰত আজি ১০ গ্ৰাম সোণৰ দাম কিমান? Assam news - Assam Tv9

Guwahati Gold Price Today: হোৰাহোৰে বাঢ়িছে সোণৰ দাম! গুৱাহাটীৰ বজাৰত আজি ১০ গ্ৰাম সোণৰ দাম কিমান?

Published: 

11 Feb 2025 | 11:27 AM

Gold Rate Today: ২৯ জানুৱাৰীৰ পৰা ১০ ফেব্ৰুৱাৰীলৈ দেশৰ ৰাজধানী দিল্লীত সোণৰ দাম ৫৬৬০ টকা বৃদ্ধি হোৱা দেখা গৈছে। যাৰ বাবে ৮৮ হাজাৰ টকা অতিক্ৰম কৰিছে সোণৰ দাম। অনাগত দিনত সোণে ১ লাখ টকা অতিক্ৰম কৰিব পাৰে

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৯৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৬০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৮৭,৯৩০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৬০০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকাত বিক্ৰী হৈছে।

2 / 5

১১ ফেব্ৰুৱাৰীত দিল্লীত ১০ গ্ৰাম ২৪ কেৰেটৰ সোণৰ দাম ৮৮,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৮০,৭৫০ টকা। দিল্লীত আজি ৰূপৰ দাম প্ৰতি কিলোগ্ৰামত ৯৯,৫০০ টকা।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৭৯৩ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,০৬০ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৬,৫৯৫ টকা হৈছে।

4 / 5

আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৬৫,৯৫০ টকা। আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৮০,৬০০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৮৭,৯৩০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে গুৱাহাটীৰ বজাৰত ৰূপৰ দৰ অপৰিৱৰ্তিত হৈ থকা দেখা গৈছে। আজি গুৱাহাটীৰ বজাৰত ৰূপৰ দাম প্ৰতি গ্ৰামত ৯৯.৫০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ৯৯,৫০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...