Gold Price: সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক গুৱাহাটীৰ সোণ-ৰূপৰ মূল্য… | Gold and silver price in guwahati market on 4 Jun 2025 Wednesday Assam news - Assam Tv9

Gold Price: সোণ ক্ৰয় কৰিব বিচাৰিছে নেকি? তাৰ পূৰ্বে জানক গুৱাহাটীৰ সোণ-ৰূপৰ মূল্য…

Published: 

04 Jun 2025 13:06 PM

Gold Rate In Guwahati: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5আজি ৪ জুন বুধবাৰে সোণৰ মূল্যত বৃদ্ধি দেখা গৈছে। ৰাজধানী দিল্লীত ২২ আৰু ২৪ কেৰেটৰ সোণৰ দামত কালি প্ৰতি ১০ গ্ৰামত সৰ্বাধিক ৩০০ টকাৰ বৃদ্ধিৰ পৰা দেখা গৈছে। দিল্লীত আজি ২২ কেৰেটৰ সোণৰ মূল্য ৯১,০৫০ টকা আৰু ২৪ কেৰেট সোনৰ মূল্য ৯৯,৩২০ টকা।

আজি ৪ জুন বুধবাৰে সোণৰ মূল্যত বৃদ্ধি দেখা গৈছে। ৰাজধানী দিল্লীত ২২ আৰু ২৪ কেৰেটৰ সোণৰ দামত কালি প্ৰতি ১০ গ্ৰামত সৰ্বাধিক ৩০০ টকাৰ বৃদ্ধিৰ পৰা দেখা গৈছে। দিল্লীত আজি ২২ কেৰেটৰ সোণৰ মূল্য ৯১,০৫০ টকা আৰু ২৪ কেৰেট সোনৰ মূল্য ৯৯,৩২০ টকা।

2 / 5

গুৱাহাটীত আজি প্রতি ১০ গ্ৰাম ২৪ কেৰেট সোণৰ দাম ৯৭,৬৩০ টকাৰ আৰু প্রতি ১০ গ্ৰাম ২২ কেৰেট সোণৰ দাম ৮৯,৪৯০ টকা।

3 / 5

কালি গুৱাহাটীত ১৮ কেৰেট সোণৰ দাম প্ৰতি ১০ গ্ৰামত ৭৪,৩৩০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯০,৮০০ টকা। একেদৰে ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ৯৯,০৬০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছিল।

4 / 5

ভাৰতবৰ্ষত সোণ-ৰূপ কেৱল গহনাৰে এটা অংশই নহয়, ই এক শক্তিশালী বিনিয়োগৰ আহিলাও হৈ পৰিছে। বিশ্বৰ বজাৰত অস্থিৰতা আৰু ডলাৰৰ শক্তিয়ে এই বহুমূলীয়া ধাতুৰ মূল্যত প্ৰভাৱ পেলায়।

5 / 5

৪ জুন তাৰিখে গুৱাহাটীত ৰূপৰ মূল্য ১০০ গ্ৰামৰ বাবে ৯০০০ টকা আৰু ১ কিলোগ্ৰামৰ বাবে ৯০০০০ টকা। এদিন পূৰ্বে ১০০ গ্ৰাম ৰূপৰ মূল্য ৯১০০ টকা আৰু ১ কেজি ৰূপৰ মূল্য ৯১০০০ টকা আছিল।

মাছৰ মূৰ খাই ভাল পায় নে? পিছে জানেনে এয়া দেহৰ বাবে ভাল নে বেয়া!
ডিঙিত মাছৰ কাঁইট লাগি ধৰিলে কি কৰিব ? তৎক্ষণাত এই ঘৰৱা উপায় গ্ৰহণ কৰক...
কেৱল শৰীৰটো শীতল কৰাই নহয়, তুলসী গুটি খোৱাৰ উপকাৰিতা কি? জানক
ভাইৰেল ফটো-ভিডিঅ' ইণ্টাৰনেটৰ পৰা নোহোৱা কৰাৰ উপায় কি ? বিপদত পৰা আগতে জানক...