Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ ? | Gold and silver price in guwahati market on 23 February 2025 Sunday Assam news - Assam Tv9

Gold Price Guwahati: আজি গুৱাহাটীত কিমান দৰত ক্ৰয় কৰিব পাৰিব সোণ-ৰূপ ?

Updated On: 

23 Mar 2025 11:51 AM

শনিবাৰে গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৯৭৮, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,২৩০ আৰু ১৮ কেৰেট সোণত (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৬,৭৩৪ টকা আছিল।

1 / 5সোণ-ৰূপৰ দামত অহৰহ উত্থান-পতন দেখা গৈছে। ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৯৮ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৪৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৬,৭৪৬ টকা।

সোণ-ৰূপৰ দামত অহৰহ উত্থান-পতন দেখা গৈছে। ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৯৮ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৪৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৬,৭৪৬ টকা।

2 / 5

গুড ৰিটাৰ্ণৰ তথ্যনুসৰি আজি নতুন দিল্লীত ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৯৯৮ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,২৪৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৬,৭৪৬ টকা। শনিবাৰৰ দিনটোত ৰাজধানী দিল্লীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৮২,৪৫০ টকা আৰু ১০ গ্ৰাম ২৪ কেৰেট সোণৰ মূল্য ৮৯,৯৮০ টকা আছিল।

3 / 5

আজি গুৱাহাটীত ২২ কেৰেটৰ সোণৰ মূল্য প্ৰতি গ্ৰামত ৮,৪২০ টকা, আনহাতে ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰাম ৮,৮৪১ টকা। আজি গুৱাহাটীত ১০ গ্ৰাম ২২ কেৰেট সোণৰ মূল্য ৮৪,২০০ টকা আৰু ২৪ কেৰেট ১০ গ্ৰাম সোণৰ মূল্য ৮৮,৪১০ টকা।

4 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, শনিবাৰে গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,৯৭৮, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৮,২৩০ আৰু ১৮ কেৰেট সোণত (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰাম ৬,৭৩৪ টকা আছিল।

5 / 5

আজি ২৩ মাৰ্চত গুৱাহাটীত ১০ গ্ৰাম ৰূপৰ মূল্য ৯৮১ টকাত উপলব্ধ হোৱাৰ বিপৰীতে ১ কিলোগ্ৰাম ৰূপ ৯৮,১০০ টকাত উপলব্ধ হৈছে। আজি গুৱাহাটীত ১০ গ্ৰাম সোণৰ মূল্য ৯৮১ টকা।

ভগৱান শিৱৰ প্ৰিয় ভোগ কি জানেনে? শাওণ মাহত এই ভোগ আগবঢ়াই লাভ কৰিব পাৰিব ভোলানাথৰ আশীৰ্বাদ
ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ বাবে শিশুক কেনেধৰণৰ খাদ্য খুৱাব লাগে?
সুস্থ জীৱন-যাপনৰ বাবে পুৰুষসকলে এই ৫ টা অভ্যাস কৰক
পূজা-পাঠ কৰা লোকসকলৰ জীৱনত বেছি সমস্যা কিয় আহে? ক'লে প্ৰেমানন্দ মহাৰাজে...