Gold Price Today: বৃদ্ধি পালে সোণৰ মূল্য! জানক আপোনাৰ চহৰত কিমান সোণ-ৰূপৰ মূল্য | Gold and silver price in guwahati market on 16 June 2025 Monday Assam news - Assam Tv9

Gold Price Today: বৃদ্ধি পালে সোণৰ মূল্য! জানক আপোনাৰ চহৰত কিমান সোণ-ৰূপৰ মূল্য

Published: 

16 Jun 2025 13:08 PM

ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে পুনৰবাৰ যুদ্ধসদৃশ পৰিস্থিতিৰ উন্মেষ ঘটিছে। ইয়াৰ বাবেই বিনিয়োগকাৰীসকলে পুনৰবাৰ সোণ-ৰূপৰ দৰে বিকল্পৰ দিশে ধাৱমান হৈছে। জানো আহক আজি গুৱাহাটীত কিমান হৈছে সোণ-ৰূপৰ মূল্য...

1 / 5বিশ্বৰ শ্বেয়াৰ বজাৰৰ হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে সোণ পুনৰবাৰ বিনিয়োগকাৰীৰ প্ৰিয় নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে। মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত আগষ্ট মাহত ডেলিভাৰীৰ বাবে সোণে এক নতুন অভিলেখ গঢ়ি প্ৰতি ১০ গ্ৰামত ১,০১,০৭৮ টকাৰ স্তৰত উপনীত হয়। শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ১ লাখ টকীয়া সীমা অতিক্ৰম কৰিছিল।

বিশ্বৰ শ্বেয়াৰ বজাৰৰ হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ মাজতে সোণ পুনৰবাৰ বিনিয়োগকাৰীৰ প্ৰিয় নিৰাপদ আশ্ৰয়স্থল হৈ পৰিছে। মাল্টি ক’ম’ডিটি এক্সচেঞ্জ (এমচিএক্স)ত আগষ্ট মাহত ডেলিভাৰীৰ বাবে সোণে এক নতুন অভিলেখ গঢ়ি প্ৰতি ১০ গ্ৰামত ১,০১,০৭৮ টকাৰ স্তৰত উপনীত হয়। শুকুৰবাৰে প্ৰথমবাৰৰ বাবে ১ লাখ টকীয়া সীমা অতিক্ৰম কৰিছিল।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি. ভাৰতত আজিৰ দিনত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰাম ১০,১৫১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,৩০৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৬১৪ টকা।

3 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,১৫১ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰাম ৯,৩০৫ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৬১৪ টকা।

4 / 5

ইজৰাইল আৰু ইৰাণৰ মাজত ক্ৰমাৎ উত্তেজনা বৃদ্ধি পোৱাৰ লগে লগে সমগ্ৰ বিশ্বতে পুনৰবাৰ যুদ্ধসদৃশ পৰিস্থিতিৰ উন্মেষ ঘটিছে। ইয়াৰ বাবেই বিনিয়োগকাৰীসকলে পুনৰবাৰ সোণ-ৰূপৰ দৰে বিকল্পৰ দিশে ধাৱমান হৈছে।

5 / 5

আজি গুৱাহাটীত ৰূপৰ মূল্য ১০৯.৯০ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৯,৯০০ টকা।

নিমিষতে মুখৰ আলচাৰৰ পৰা উপশম পোৱাৰ ঘৰুৱা উপায়...জানক
পুৰীৰ ৰথ যাত্ৰাৰ আছে বহু ৰহস্য, জানিলে আপোনাৰ মন ভৰি পৰিব …
ভাৰতৰ ১০০ টকাৰ মূল্য ইৰাণত কিমান হয় জানেনে? জানক...
ঘৰৰ বাৰীত নাৰিকলৰ গছ থাকিলে কি হয় ? পৰিয়ালটোৰ ভৱিষ্যতৰ বাবে ভাল নে বেয়া ?