Gold Price Today: একেৰাহে হ্ৰাস পাইছে সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত বিক্ৰী সোণ-ৰূপ? | Gold and silver price in guwahati market on 11 May 2025 wednesday Assam news - Assam Tv9

Gold Price Today: একেৰাহে হ্ৰাস পাইছে সোণৰ মূল্য, গুৱাহাটীত কিমান দৰত বিক্ৰী সোণ-ৰূপ?

Published: 

11 Jun 2025 13:18 PM

Gold Rate In Guwahati: সোণ-ৰূপৰ মূল্যৰ ধাৰাবাহিক পৰিৱৰ্তন। আজি গুৱাহাটীত সোণৰ মূল্য পৰিৱৰ্তন হোৱাৰ লগতে আন চহৰতো সোণ-ৰূপৰ মূল্যৰ উঠা-নমা অব্যাহত আছে। আহি চাওক গুৱাহাটীত সোণৰ মূল্য কিমান...

1 / 5ভাৰতত সোণৰ গুৰুত্বপূৰ্ণ স্থান আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ অনুসৰি সোণৰ মূল্য সলনি হৈ থাকে। যেনে ডলাৰৰ দাম, চাহিদা-যোগান আৰু উৎসৱৰ বতৰ। সোণকো বিনিয়োগৰ বিকল্প হিচাপে দেখা যায়। সেইবাবেই মানুহে ইয়াৰ দামৰ ওপৰত চকু ৰাখে।

ভাৰতত সোণৰ গুৰুত্বপূৰ্ণ স্থান আছে। আন্তঃৰাষ্ট্ৰীয় বজাৰ অনুসৰি সোণৰ মূল্য সলনি হৈ থাকে। যেনে ডলাৰৰ দাম, চাহিদা-যোগান আৰু উৎসৱৰ বতৰ। সোণকো বিনিয়োগৰ বিকল্প হিচাপে দেখা যায়। সেইবাবেই মানুহে ইয়াৰ দামৰ ওপৰত চকু ৰাখে।

2 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, ভাৰতত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৮৫৫ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,০৩৫ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩৯৩ টকা।

3 / 5

ভাৰতত ৰূপৰ মূল্য আজি প্ৰতি গ্ৰামত ১০৯ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,০৯,০০০ টকা। বিশেষজ্ঞসকলৰ মতে এই দীপাৱলীৰ ভিতৰত প্ৰতি কেজি ৰূপৰ দাম ১.৩০ লাখ টকা হ’ব পাৰে।

4 / 5

গুৱাহাটীত আজি ২৪ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,৮৪০ টকা, ২২ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৯,০২০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য প্ৰতি গ্ৰামত ৭,৩৮০ টকা।

5 / 5

মঙলবাৰৰ দিনটোত গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,৭৫৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৮,৯৪৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৩১৯ টকা আছিল।

গাখীৰ গৰম কৰাৰ সময়ত ওফন্দি বাগৰি পৰে নেকি? এয়া শুভ নে অশুভ জানেনে!
এই কেইটা ঘৰুৱা উপায়েৰে আঁতৰ কৰক আপোনাৰ ওঁঠৰ ক'লা দাগ
WTCৰ ফাইনেলত অষ্ট্ৰেলিয়া-দক্ষিণ আফ্ৰিকাৰ খেলুৱৈৰ বাহুত ক’লা বেণ্ড কিয়!
কেতিয়াও চৰ্বি জমা নহয় ! আপোনাৰ যকৃতৰ স্বাস্থ্য উন্নত কৰি ৰাখিবলৈ সেৱন কৰক এই পানীয়...