Gold Price Today: আকৌ কমিছে সোণৰ দাম, গুৱাহাটীত আজি সোণৰ মূল্য কিমান হৈছে জানক... | Gold and silver price 5 November in Guwahati know in details Assam news - Assam Tv9

Gold Price Today: আকৌ কমিছে সোণৰ দাম, গুৱাহাটীত আজি সোণৰ মূল্য কিমান হৈছে জানক…

Published: 

05 Nov 2025 | 09:21 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১৮,৯১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৩,২৫০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ৫ নৱেম্বৰ, বুধবাৰ।  দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৪৪০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫০,৯০০  টকাত বিক্ৰী হৈছে।

আজি ৫ নৱেম্বৰ, বুধবাৰ। দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৪৪০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৫০,৯০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,১৮,৯১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৩,২৫০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৫০,৯০০ টকাত বিক্ৰী হৈছে।

3 / 5

আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১, ৯৯৪ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,৩৭৫ টকা। কালি ২২ কেৰেটৰ ১ গ্ৰাম সোণৰ দাম আছিল ১১,৪৪০ টকা।

4 / 5

একেদৰে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৭৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,১৯,৪৪০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। কালি ২২ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম আছিল ১,১৪, ৪০০ টকা।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৫০.৯০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৫০,৯০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...