Gold Price Today: বিয়াৰ বতৰত কমিছে সোণ দাম! আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানক... | Gold and silver price 18 November in Guwahati know in details Assam news - Assam Tv9

Gold Price Today: বিয়াৰ বতৰত কমিছে সোণ দাম! আজি গুৱাহাটীত সোণ-ৰূপৰ মূল্য জানক…

Published: 

18 Nov 2025 | 09:50 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৩,৮১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৩,৫০০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ১৮ নৱেম্বৰ, মঙলবাৰ।  দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৩৫০  টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৩,৬৬০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৬২,০০০ টকাত বিক্ৰী হৈছে।

আজি ১৮ নৱেম্বৰ, মঙলবাৰ। দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৩৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৩,৬৬০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৬২,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৩,৮১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৩,৫০০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৬২,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৩৬৬ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,৩৩৫ টকা। আজি ১৮ কেৰেটৰ ১ গ্ৰাম সোণৰ দাম ৯,২৭৪ টকা।

4 / 5

একেদৰে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৩,৩৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৩,৬৬০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। আজি ১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯২,৭৪০ টকা।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৬২ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৬২,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...