Gold Price Today: কমিছে দাম, সোণ কিনাৰ ভাল সুযোগ! গুৱাহাটীত আজি সোণ-ৰূপৰ দাম জানক... | Gold and silver price 17 November in Guwahati know in details Assam news - Assam Tv9

Gold Price Today: কমিছে দাম, সোণ কিনাৰ ভাল সুযোগ! গুৱাহাটীত আজি সোণ-ৰূপৰ দাম জানক…

Published: 

17 Nov 2025 10:21 AM

Gold and Silver Rate Guwahati: বিগত কেইবাদিনো ধৰি সোণৰ মূল্য উঠা নমা কৰা দেখা গৈছে। দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৫,১২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৪,৭০০ । আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি ১৭ নৱেম্বৰ, সোমবাৰ।  দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৫,০৫০  টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫ ৫১০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৬৭,০০০ টকাত বিক্ৰী হৈছে।

আজি ১৭ নৱেম্বৰ, সোমবাৰ। দেশৰ বজাৰত আজি ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৫,০৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৫ ৫১০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,৬৭,০০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,২৫,১২০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ১,১৪,৭০০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,৬৭,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১২,৪৯৭ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১১,৪৫৫ টকা। আজি ১৮ কেৰেটৰ ১ গ্ৰাম সোণৰ দাম ৯,৩৭৩ টকা।

4 / 5

একেদৰে আজি গুৱাহাটীত ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ১,১৪,৫৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,২৪,৯৭০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে। আজি ১৮ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ৯৩,৭৩০ টকা।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১৬৭ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,৬৭,০০০ টকা।

বৃক্ক বিকলৰ পূৰ্বে পুৱাৰ সময়ত কি কি লক্ষণে দেখা দিয়ে, জানক...
ফেটি লিভাৰৰ ৫ টা সাধাৰণ লক্ষণ কি কি, জানক...
কাইলৈৰ পৰাই আৰম্ভ কৰক পুৱা খালী পেটত তুলসী পানী খোৱাৰ অভ্যাস, লাভ কৰিব এনে আচৰিত উপকাৰ
ইউৰিক এচিড বৃদ্ধি হ’লে শৰীৰে দিয়ে এইসমূহ ইংগিত? সবিশেষ জানক...
মহাকালেশ্বৰ মন্দিৰত পূজা অৰ্চনা ভাৰতীয় মহিলা ক্ৰিকেট দলৰ...
মোলাই কাঠনিৰ অগ্নিকাণ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া
২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ প্ৰাৰ্থী কেতিয়া ঘোষণা কৰিব বিজেপিয়ে?
হিন্দুসকলক সন্তান জন্ম দিয়াৰ হাৰ বৃদ্ধিৰ আহ্বান মুখ্যমন্ত্ৰীৰ...