Gold Price Today: বজাৰত সোণ-ৰূপৰ দামত জ্বলিছে জুই, লাখৰ ঘৰ অতিক্ৰম... | Gold again reached one lakh, silver made a record price of gold and silver in Guwahati on 19 June Assam news - Assam Tv9

Gold Price Today: বজাৰত সোণ-ৰূপৰ দামত জ্বলিছে জুই, লাখৰ ঘৰ অতিক্ৰম…

Published: 

19 Jun 2025 13:08 PM

Gold and Silver Rate Guwahati: ইৰাণ-ইজৰাইল যুদ্ধৰ মাজত সোণৰ মূল্য ক্ৰমাগতভাৱে বৃদ্ধি পোৱাৰ বিপৰীতে ৰূপেও অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে একেৰাহে তৃতীয় দিনৰ বাবে ৰূপৰ মূল্যৰ নতুন অভিলেখ গঢ়িলে। আজি গুৱাহাটীৰ বজাৰত সোণ আৰু ৰূপৰ দৰৰ সবিশেষ জানো আহক...

1 / 5আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম   ৯২,৬৫০  টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত  ১,১২,০০ টকাত বিক্ৰী হৈছে।

আজি দেশৰ বজাৰত ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,০৮০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,৬৫০ টকা। আজি ৰূপ প্ৰতি কিলোগ্ৰামত ১,১২,০০ টকাত বিক্ৰী হৈছে।

2 / 5

দিল্লীত আজি ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ দাম ১,০১,২১০ টকা। একেদৰে ২২ কেৰেট ১০ গ্ৰাম সোণৰ দাম ৯২,৮০০ । আজি প্ৰতি কিলোগ্ৰাম ৰূপ ১,১২,০০০ টকাত বিক্ৰী হৈছে।

3 / 5

ইফালে গুড ৰিটাৰ্ণছৰ তথ্য অনুসৰি আজি গুৱাহাটীৰ বজাৰত ২৪ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ১০,১০৮ টকা। ২২ কেৰেট সোণৰ দাম প্ৰতি গ্ৰামত ৯,২৬৫ টকা আৰু আৰু ১৮ কেৰেট সোণৰ প্ৰতিগ্ৰামত ৭,৫৮১ টকা হৈছে।

4 / 5

একেদৰে আজি গুৱাহাটীত ১৮ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৭৫,৮১০ টকা। ২২ কেৰেট সোণৰ দৰ প্ৰতি ১০ গ্ৰামত ৯২,৬৫০ টকা। একেদৰে আজি ২৪ কেৰেট সোণ প্ৰতি ১০ গ্ৰামত ১,০১,০৮০ টকা দৰত গুৱাহাটীৰ বজাৰত উপলব্ধ হৈছে।

5 / 5

ইফালে আজি গুৱাহাটীত ৰূপৰ দাম প্ৰতি গ্ৰামত ১১১.১০ টকা হৈছে। অৰ্থাৎ আজি গুৱাহাটীত প্ৰতি কিলোগ্ৰাম ৰূপৰ দাম হৈছে ১,১১,১০০ টকা।

এই গছ ঘৰত থাকিলেই সৰ্বনাশ! বৃদ্ধি পাব অশান্তি আৰু ৰোগ-ব্যাধি!
গ্ৰীষ্মকালত পঁইতা ভাত খাই ভাল পায় নেকি? গুণাগুণ জানিলে আচৰিত হ’ব!
শৰীৰত বায়'টিনৰ অভাৱ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...
ছালৰ সংক্ৰমণ হ'লে কি কি লক্ষণে দেখা দিয়ে? জানক...