কেবিনেটৰ সিদ্ধান্তৰ পাছতেই এক্সন আৰম্ভ! জালুকবাৰীত গো-মাংস বিক্ৰী কৰা দুখনকৈ হোটেলত প্ৰশাসনে লগালে তলা | gmc seal 2 hotel in jalukbari for sells beef item guwahati Assam news - Assam Tv9

কেবিনেটৰ সিদ্ধান্তৰ পাছতেই এক্সন আৰম্ভ! জালুকবাৰীত গো-মাংস বিক্ৰী কৰা দুখনকৈ হোটেলত প্ৰশাসনে লগালে তলা

Published: 

06 Dec 2024 | 10:38 AM

অসমৰ হোটেল, ৰেষ্টুৰেণ্টত গো-মাংস বন্ধ কৰাৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ পিছতে ব্যৱস্থা গ্ৰহণ কৰিলে প্ৰশাসনে। গুৱাহাটীকে ধৰি ভিন্নপ্ৰান্তৰ কেইবাখনো গো-মাংস বিক্ৰী কৰা ৰেষ্টুৰেণ্টত ওলমিল তলা। গুৱাহাটীৰ জালুকবাৰীৰ মোগল দৰবাৰ, দৰং হোটেল বন্ধ কৰিলে আৰক্ষী আৰু প্ৰশাসনে।

1 / 5কেবিনেট সিদ্ধান্তৰ পাছতেই ৰাজ্যত আৰম্ভ আৰক্ষী-প্ৰশাসনৰ এক্সন। বিশেষ মাংস বিক্ৰী কৰা হোটেলে হোটেলে আৰক্ষীৰ অভিযান।

কেবিনেট সিদ্ধান্তৰ পাছতেই ৰাজ্যত আৰম্ভ আৰক্ষী-প্ৰশাসনৰ এক্সন। বিশেষ মাংস বিক্ৰী কৰা হোটেলে হোটেলে আৰক্ষীৰ অভিযান।

2 / 5

গুৱাহাটীকে ধৰি ভিন্নপ্ৰান্তৰ কেইবাখনো গো-মাংস বিক্ৰী কৰা ৰেষ্টুৰেণ্টত ওলমিল তলা। জালুকবাৰীত গো-মাংস বিক্ৰী কৰা দুখনকৈ হোটেলত প্ৰশাসনে লগালে তলা।

3 / 5

জালুকবাৰীৰ মোগল দৰবাৰ, দৰং হোটেল বন্ধ কৰিলে আৰক্ষী আৰু প্ৰশাসনে। পৌৰ নিগমৰ অভিযানত হোটেল দুখনত নিষিদ্ধ খাদ্য প্ৰস্তুত কৰা তথ্য পোহৰলৈ আহে।

4 / 5

উল্লেখ্য যে, গো মাংস বিতৰ্কৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে এক ডাঙৰ ঘোষণা কৰে। সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয়, আজিৰে পৰা অসমৰ হোটেল, ৰেষ্টুৰেন্টত নচলিব গো মাংস। ৰাজহুৱা স্থানতো নিষিদ্ধ কৰা হয় গো মাংস।

5 / 5

ইয়াৰ পাছতে ৰাজ্যত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। গো মাংস দৰে গাহৰি মাংস নিষিদ্ধ কৰাৰ দাবী উজনি অসম মুছলিম কল্যাণ পৰিষদৰ।

শীতকালত লাই শাক কিয় খাব লাগে ? ইয়াৰ উপকাৰিতা জানক
ব্যায়ামৰ আগতে এই পানীয় খালে দ্ৰুতগতিত চৰ্বি কমে, তেজৰ চুগাৰো নিয়ন্ত্ৰণত থাকে
জিভাত সোৱাদ লগাৰ বাবেই অতিমাত্ৰা ড্ৰাই ফ্ৰুটছ খায় নেকি? সাৱধান, হ’ব পাৰে এনে সমস্যা
ইনষ্টাগ্ৰামৰ follower বাঢ়ি আকৌ কমি যায় নেকি? এই টিপচ অনুসৰণ কৰক
বুকুত মুখ্যমন্ত্ৰীৰ ছবি আঁকিলে অনুৰাগীয়ে...
শ্বহীদ স্মাৰকত নৃত্য কৰি ভাইৰেল যুৱতী...
বাজপেয়ী ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থৰ শ্ৰদ্ধাঞ্জলি
কেন্দ্ৰীয় মন্ত্ৰী কবীন্দ্ৰ পুৰকায়স্থ সন্দৰ্ভত মন্তব্য বিজয়া চক্ৰৱৰ্তীৰ