সৌৰভ গাংগুলীয়ে কিমান টকা কৰ দিয়ে জানেনে ? | Gaurav Ganguly assets, income tax amount; Details in Assamese Assam news - Assam Tv9

৮৫ মিলিয়ন মাৰ্কিন ডলাৰ সম্পত্তি ! সৌৰভ গাংগুলীয়ে কিমান টকা কৰ দিয়ে জানেনে ?

Updated On: 

08 Sep 2024 | 05:43 PM

সৌৰভ গাংগুলী ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ অধিনায়কসকলৰ ভিতৰত অন্যতম। অধিনায়ক হিচাপে সৌৰভ গাংগুলীয়ে প্ৰমাণ কৰিছিল যে, ভাৰতীয় ক্ৰিকেট দলটোৱে বিদেশৰ মাটিত জয়ী হ’ব পাৰে আৰু যুঁজিব পাৰে। প্ৰবীণ ক্ৰিকেটাৰ গৰাকীৰ উপাৰ্জন, সম্পত্তি কিমান আৰু কিমান টকা কৰ দিয়ে জানেনে ?

1 / 8ভাৰতৰ কিংবদন্তি খেলুৱৈ সকলৰ ভিতৰত এগৰাকী হৈছে সৌৰৱ গাংগুলী । সৌৰভ গাংগুলীৰ নেতৃত্বতে এটা সময়ত ভাৰতীয় ক্ৰিকেট দলটোৱে আধিপত্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল ।

ভাৰতৰ কিংবদন্তি খেলুৱৈ সকলৰ ভিতৰত এগৰাকী হৈছে সৌৰৱ গাংগুলী । সৌৰভ গাংগুলীৰ নেতৃত্বতে এটা সময়ত ভাৰতীয় ক্ৰিকেট দলটোৱে আধিপত্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছিল ।

2 / 8

অধিনায়ক হিচাপে সৌৰভ গাংগুলীয়ে প্ৰমাণ কৰিছিল যে, ভাৰতীয় ক্ৰিকেট দলটোৱে বিদেশৰ মাটিত জয়ী হ’ব পাৰে আৰু যুঁজিব পাৰে।

3 / 8

সৌৰভ গাংগুলী ভাৰতৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ অধিনায়কসকলৰ ভিতৰত অন্যতম।

4 / 8

প্ৰবীণ ক্ৰিকেটাৰ গৰাকীৰ উপাৰ্জন, সম্পত্তি কিমান আৰু কিমান টকা কৰ দিয়ে জানেনে ?

5 / 8

সৌৰভ গাংগুলীয়ে ২০২৩-২৪ বিত্তীয় বৰ্ষত মুঠ ২৩ কোটি টকাৰ কৰ দিছিল।

6 / 8

ক্ৰিকেট কেৰিয়াৰত কোটি টকা উপাৰ্জন কৰাৰ লগতে বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে পৰিগণিত হৈছে ।

7 / 8

গাংগুলীৰ সম্পত্তিৰ পৰিমাণ ৮৫ মিলিয়ন মাৰ্কিন ডলাৰ। ভাৰতীয় মুদ্ৰাত ৭০০ কোটি টকা। সৌৰভ গাংগুলীয়ে বিজ্ঞাপনৰ পৰা কোটি টকা উপাৰ্জন কৰে।

8 / 8

তেওঁ পুমা, জে এছ ডব্লিউ, মাই১১ চাৰ্কল, টাটা টেটলি, আদানী গ্ৰুপ ফৰ্চুন অইল আদি বহু ব্ৰেণ্ডৰ সৈতে জড়িত।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...