ছাল আৰু চুলিৰ বাবে জৱা ফুল অতি উপকাৰী, সবিশেষ জানক... | Ganesh Chaturthi 2024 : Hibiscus Flower Benefits for Hair and Skin, Read More in Assamese Assam news - Assam Tv9

Hibiscus Flower Benefits : জৱা ফুল ভগৱান গণেশৰ অতি প্ৰিয়, ছাল আৰু চুলিৰ বাবে জৱা ফুলৰ উপকাৰিতা জানক…

Updated On: 

07 Sep 2024 | 04:27 PM

জৱা ফুল ভগৱান গণেশৰ বাবে অতি প্ৰিয় । আমাৰ শৰীৰৰ বাবে জৱা ফুল অতি উপকাৰী । জৱা ফুল চুলি আৰু ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় । ইয়াৰ উপকাৰিতাৰ বিষয়ে সবিশেষ জানক...

1 / 8জৱা ফুল ভগৱান গণেশৰ বাবে অতি প্ৰিয় । আমাৰ শৰীৰৰ বাবে জৱা ফুল অতি উপকাৰী ।

জৱা ফুল ভগৱান গণেশৰ বাবে অতি প্ৰিয় । আমাৰ শৰীৰৰ বাবে জৱা ফুল অতি উপকাৰী ।

2 / 8

জৱা ফুল চুলি আৰু ছালৰ বাবে অতি উপকাৰী বুলি গণ্য কৰা হয় ।

3 / 8

এই ফুলত বহু ধৰণৰ পুষ্টিকৰ উপাদান আৰু এন্টিঅক্সিডেন্ট গুণ থাকে, যি স্বাস্থ্যৰ লগতে ছাল আৰু চুলিৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব পাৰে।

4 / 8

জৱা ফুল ব্যৱহাৰ কৰি ছালৰ গ্ল’য়িং আনিব পাৰে । জৱা ফুল পিহি তাত অলপ দৈ বা মৌ দি ফেচ পেক প্ৰস্তুত কৰিব পাৰে ।

5 / 8

জৱা ফুলৰ এই ফেচ পেকে ছালখন উজ্জ্বল আৰু হাইড্ৰেট কৰাত সহায় কৰে ।

6 / 8

ইয়াৰ পৰা টোনাৰ বনাব পাৰে । ইয়াৰ বাবে জৱা ফুল পানীত উতলাই লওক আৰু ঠাণ্ডা কৰাৰ পিছত ইয়াক টোনাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰে।

7 / 8

জৱা ফুল পিহি তাত নাৰিকল তেল বা দৈ দি চুলিৰ মাস্ক প্ৰস্তুত কৰিব পাৰে।

8 / 8

জৱা ফুলৰ পেষ্ট চুলিত লগালে চুলিখিনি চফ্ট আৰু চিকচিকিয়া কৰাত সহায় কৰিব । চুলি ধোৱাৰ ক্ষেত্ৰতো জৱা ফুল ব্যৱহাৰ কৰিব পাৰে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...