কম দামতেই বিচাৰিছে নেকি ফ্ৰীজ? তেন্তে চাওক এই খবৰ… – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

কম দামতেই বিচাৰিছে নেকি ফ্ৰীজ? তেন্তে চাওক এই খবৰ…

Published: 

10 May 2024 | 02:16 PM

২৫,০০০তকৈ কম টকাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? তেন্তে কম দামতে এমেজন বা ফ্লিপকাৰ্টত আপুনি লাভ কৰিব এই ফ্ৰীজ। ইয়াৰ বাবে আছে বিশেষ ৰেহাইও।

1 / 6Samsung Refrigerator Features: এই ফ্ৰীজত ষ্টেবিলাইজাৰ ফ্ৰী অপাৰেচন (100V-300V), অল-ৰাউণ্ড কুলিং আৰু শক্তিশালী কুলিং, লগতে অটো ডিফ্ৰষ্টৰ দৰে বৈশিষ্ট্য আছে। (এমাজন)

Samsung Refrigerator Features: এই ফ্ৰীজত ষ্টেবিলাইজাৰ ফ্ৰী অপাৰেচন (100V-300V), অল-ৰাউণ্ড কুলিং আৰু শক্তিশালী কুলিং, লগতে অটো ডিফ্ৰষ্টৰ দৰে বৈশিষ্ট্য আছে। (এমাজন)

2 / 6

Samsung 236 L Refrigerator: 3 ষ্টাৰ ৰেটিং আৰু ডিজিটেল ইনভাৰ্টাৰ প্ৰযুক্তিৰে অহা এই ফ্ৰীজটো ৩৪ শতাংশ ৰেহাইৰ পিছত এমাজনত ২৪,৯৯০ টকাত বিক্ৰী কৰা হৈছে।

3 / 6

Whirlpool Refrigerator Features: এমাজনত এই ফ্ৰীজটো উপলব্ধ আছে। এই ফ্ৰীজৰ কম্প্ৰেছাৰতো ১০ বছৰৰ ৱাৰেণ্টী উপলব্ধ হ’ব লগতে ফ্ৰষ্ট ফ্ৰী অপাৰেচন আছে।

4 / 6

Whirlpool 215L Refrigerator: ৩ খন দুৱাৰৰ ব্যৱস্থা থকা এই ফ্ৰীজটো ৰেহাইৰ পিছত ২৪,৬৯০ টকা (MRP ৩৫,৯০০ টকা)ত বিক্ৰী হৈ আছে। । (এমাজন)

5 / 6

Godrej Refrigerator: এই ফ্ৰীজৰ বিশেষত্ব হ’ল কম দামত এই ফ্ৰীজত ৬-ইন-১ কনভাৰ্টিবল ফ্ৰীজাৰ প্ৰযুক্তি, মাল্টি-ইনভাৰ্টাৰ প্ৰযুক্তি, এম্বিয়েণ্ট চেন্সিং প্ৰযুক্তিৰ দৰে বৈশিষ্ট্য আছে। (ফ্লিপকাৰ্ট)

6 / 6

Godrej 223 L Refrigerator: ৩ ষ্টাৰ ৰেটিং থকা এই ফ্ৰষ্ট ফ্ৰী ফ্ৰীজটো ৩৭ শতাংশ ৰেহাইৰ পিছত ফ্লিপকাৰ্টত ২১,৯৯০ টকাত বিক্ৰী কৰা হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...