যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ'ল ৩০টাকৈ বাসগৃহ | Fire at Jorhat 30 rental houses burnt assam Assam news - Assam Tv9

যোৰহাটত ভয়ংকৰ অগ্নিকাণ্ড, জুইত জাহ গ’ল ৩০টাকৈ বাসগৃহ

Updated On: 

08 Dec 2025 | 04:12 PM

এই জুইত ৩০ টাকৈ কেঁচা ভাড়াঘৰ লগতে এখন বাহন জাহ যায়। আনহাতে বিস্ফোৰণ হয় ৩ টা গেছ চিলিণ্ডাৰ। ইয়াৰ পাছতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে।

1 / 5দেওবাৰে নিশা প্ৰায় ২:৫০ মান বজাত যোৰহাটৰ ফাচি আলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ড ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় প্ৰায় ৩০টা ভাড়াঘৰৰ।

দেওবাৰে নিশা প্ৰায় ২:৫০ মান বজাত যোৰহাটৰ ফাচি আলিত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। এই অগ্নিকাণ্ড ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় প্ৰায় ৩০টা ভাড়াঘৰৰ।

2 / 5

অগ্নিনিৰ্বাপক বাহিনীৰ বিষয়াই জনোৱা মতে অগ্নিকাণ্ডৰ সূত্ৰপাত কেনেকৈ হয় এতিয়ালৈকে জানিব পৰা হোৱা নাই।

3 / 5

এই জুইত ৩০ টাকৈ কেঁচা ভাড়াঘৰ লগতে এখন বাহন জাহ যায়। আনহাতে বিস্ফোৰণ হয় ৩ টা গেছ চিলিণ্ডাৰ।

4 / 5

ইয়াৰ পাছতে জুইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে। কিন্তু সঠিক সময়ত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ উপস্থিত হৈ সমগ্ৰ অঞ্চলটোত অধিক অঘটন পৰা ৰক্ষা কৰিবলৈ সক্ষম হয়।

5 / 5

উল্লেখ্য যে, এই অঞ্চলটো যথেষ্ট ঘন-জনবসতি এলেকা। বিশেষকৈ অধিক ভাড়াঘৰ থকা অঞ্চল। অৱশ্যে এই অগ্নিকাণ্ডৰ ফলত কোনো লোক হতাহতি হোৱা নাই।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...