গৰমতো অটুট ৰাখক ফেশ্বনঃ ছাৰা তেণ্ডুলকাৰৰ পৰা শিকক ফেশ্বনবোধ… Assam news - Assam Tv9

গৰমতো অটুট ৰাখক ফেশ্বনঃ ছাৰা তেণ্ডুলকাৰৰ পৰা শিকক ফেশ্বনবোধ…

Updated On: 

21 May 2024 | 05:36 PM

গ্ৰীষ্মকালীন এই সময়ছোৱাত গৰমে বাৰুকৈয়ে দহিছে দেশবাসীক। গৰমৰ এনে সময়ত পোচাক-পৰিচ্ছদৰ ওপৰতো বিশেষভাৱে গুৰুত্ব দিব লগা হয়। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰৰ কন্যা ছাৰা তেণ্ডুলকাৰৰ ফেশ্বন বোধ অনন্য। নিজৰ ছচিয়েল মিডিয়া একাউণ্ট যোগে ছাৰা তেণ্ডুলকাৰে প্ৰায়ে শ্বেয়াৰ কৰি থাকে নিজা ফটো। শেহতীয়াকৈ ছাৰাই তেনে কেইখনমান ফটো শ্বেয়াৰ কৰিছে। ছাৰাৰ এই ফটোসমূহৰ পৰা গ্ৰীষ্মকালীন ফেশ্বনৰ এক ধাৰণা ল’ব পাৰে যুৱতীসকলে।

1 / 5এই পোছাকত ছাৰাক দেখা গৈছে অত্যন্ত সুন্দৰ। গ্ৰীষ্মকালৰ বাবে উপযোগী হ’ব পাৰে ছাৰাৰ এই পোছাক।

এই পোছাকত ছাৰাক দেখা গৈছে অত্যন্ত সুন্দৰ। গ্ৰীষ্মকালৰ বাবে উপযোগী হ’ব পাৰে ছাৰাৰ এই পোছাক।

2 / 5

ক্ৰীম ৰঙৰ ট্ৰাউজাৰ আৰু ৰঙা ৰঙৰ টপ পৰিহিত ছাৰাই এই ছবিখনো সামাজিক মাধ্যমত আপলোড কৰিছে। এই পোচাক গ্ৰীষ্মকালত আৰামদায়ক হিচাপেই বিবেচিত হয়।

3 / 5

ফুলৰ প্ৰিন্ট থকা এই পোছাকত যথেষ্ট ষ্টাইলিছ দেখা গৈছে। এই ধৰণৰ সাজ-পোছাক গ্ৰীষ্মকালত নিশ্চিতভাৱে আৰামদায়ক হয়।

4 / 5

এই টপটোত ছাৰাক অতি ষ্টাইলিছ দেখা গৈছে। ইয়াৰ লগতে তেওঁ পিন্ধিছে প্ৰিণ্টেড পেণ্ট। গৰমত এই পোচাক আৰামদায়ক হোৱাৰ লগতে ষ্টাইলিছো দেখাব পৰিধান কৰাগৰাকীক।

5 / 5

এই সাজতো ছাৰাক অতি ধুনীয়া দেখা গৈছে। এই পোচাকৰ দ্বাৰা অতি ষ্টাইলিছ লুক দিয়াৰ লগতে আৰামো পাব আপুনি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...