Fashion Tips: ৰেচম শাড়ীয়ে সৌন্দৰ্য বৃদ্ধি কৰিব আপোনাৰ – Assamese News: Latest News in Assamese Online, Assamese Breaking and Live Updates, Assamese News Today

Fashion Tips: ৰেচম শাড়ীয়ে সৌন্দৰ্য বৃদ্ধি কৰিব আপোনাৰ

Updated On: 

01 Jul 2024 | 05:06 PM

আজিকালি বজাৰত বিভিন্ন ডিজাইনৰ শাড়ী দেখা পোৱা যায়। কিন্তু ৰেচম শাড়ী সদায় ট্ৰেণ্ডত থাকে । ৰেচম বা চিল্ক শাড়ী আপুনি বিভিন্ন ডিজাইনত পিন্ধিব পাৰে। শাড়ী পিন্ধিও আপুনি এটা মডাৰ্ণ লুক আনিব পাৰে।

1 / 5আজিকালি বজাৰত বিভিন্ন ডিজাইনৰ শাড়ী দেখা পোৱা যায়। কিন্তু ৰেচম শাড়ী সদায় ট্ৰেণ্ডত থাকে । ৰেচম বা চিল্ক শাড়ী আপুনি বিভিন্ন ডিজাইনত পিন্ধিব পাৰে। যদি আপুনি আপোনাৰ পৰম্পৰাগত ৰূপটোক বিশেষ কৰি তুলিব বিচাৰে, তেন্তে আপুনি ৰেচমৰ কাপোৰ বহু ধৰণে ষ্টাইল কৰিব পাৰে।

আজিকালি বজাৰত বিভিন্ন ডিজাইনৰ শাড়ী দেখা পোৱা যায়। কিন্তু ৰেচম শাড়ী সদায় ট্ৰেণ্ডত থাকে । ৰেচম বা চিল্ক শাড়ী আপুনি বিভিন্ন ডিজাইনত পিন্ধিব পাৰে। যদি আপুনি আপোনাৰ পৰম্পৰাগত ৰূপটোক বিশেষ কৰি তুলিব বিচাৰে, তেন্তে আপুনি ৰেচমৰ কাপোৰ বহু ধৰণে ষ্টাইল কৰিব পাৰে।

2 / 5

লুকটো অধিক আকৰ্ষণীয় আৰু ষ্টাইলিছ কৰিবলৈ ভাল হেয়াৰষ্টাইল কৰাটো অতি প্ৰয়োজনীয়। ৰেচমৰ শাড়ীৰ সৈতে চিল্ক হেয়াৰষ্টাইল কৰিব পাৰে। চুলিখিনি আপুনি খোপা বান্ধিব পাৰে।

3 / 5

শাড়ীৰ বাবে ভাল ৰং এটা বাছি লওক। আপোনাৰ দেহৰ বৰণ অনুসৰি ৰেচমৰ শাড়ী পিন্ধাতো ভাল। ইয়াৰ সৈতে আপোনাক অতি ভাল দেখিব।

4 / 5

ৰেচম শাৰীখনক আধুনিক স্পৰ্শ দিবলৈ নাপাহৰিব। ইয়াৰ বাবে আপুনি কাষ্টমাইজড বেল্ট ব্যৱহাৰ কৰিব পাৰে। এই ধৰণৰ শাড়ী পিন্ধিলে আপুনি গহনা কমকৈ পিন্ধিব পাৰে।

5 / 5

ইয়াৰ লগতে ৰেচম শাড়ীখন ষ্টাইল কৰাৰ পিছত যদি আপুনি কোনো পাৰ্টি, বিয়া বা যিকোনো অনুষ্ঠানলৈ যায়, তেন্তে হাতত হেণ্ডবেগ এটা লৈ যাব লাগিব। ইয়াৰ ফলত আপোনাৰ লুকটো আৰু অধিক ধুনীয়া দেখা যায়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...