লামডিঙত ডবাৰ পৰা বিচ্ছিন্ন হৈ গ'ল ৰে'লৰ ইঞ্জিন... | Engine detaches from Sampark Kranti Express Near Lumding Junction Assam Assam news - Assam Tv9

লামডিঙত ডবাৰ পৰা বিচ্ছিন্ন হৈ গ’ল ৰে’লৰ ইঞ্জিন…

Published: 

19 Oct 2024 | 08:24 PM

ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল চম্পক ক্ৰান্তি এক্সপ্ৰেছ । চলি থকাৰ অৱস্থাতে ডবাৰ পৰা বিচ্ছিন্ন হৈ যায় যাত্ৰীবাহী ৰে’লখনৰ ইঞ্জিন ।

1 / 5ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল চম্পক ক্ৰান্তি এক্সপ্ৰেছ । চলি থকাৰ অৱস্থাতে ডবাৰ পৰা বিচ্ছিন্ন হৈ যায়  যাত্ৰীবাহী ৰে’লখনৰ ইঞ্জিন ।(প্ৰতীকী ফটো)

ভয়ংকৰ ৰে’ল দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰিল চম্পক ক্ৰান্তি এক্সপ্ৰেছ । চলি থকাৰ অৱস্থাতে ডবাৰ পৰা বিচ্ছিন্ন হৈ যায় যাত্ৰীবাহী ৰে’লখনৰ ইঞ্জিন ।(প্ৰতীকী ফটো)

2 / 5

লামডিং জংচনৰ সমীপত সংঘটিত হৈছে এই ঘটনা । নিউ দিল্লী শিলচৰ এস্কপ্ৰেছখন লামডিং জংচনৰ পৰা ওলোৱা কিছু সময়ৰ পাছতে এই ঘটনা সংঘটিত হয় ।(প্ৰতীকী ফটো)

3 / 5

সূত্ৰ খবৰ অনুসৰি, ৰে’লখনৰ ডবাৰ পৰা ইঞ্জিনটো হঠাতে পৃথক হৈ যায় । ইয়াৰ লগে লগে যাত্ৰীসকলৰ মাজত আতংকই বিৰাজ কৰে ।(প্ৰতীকী ফটো)

4 / 5

ডিমাহাচাত সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাৰ দুদিন পাছত এই ঘটনা সংঘটিত হৈছে । এই ঘটনা সংঘটিত হোৱাৰ পাছতে এতিয়া ৰে’ল যাত্ৰীৰ সুৰক্ষাক লৈ পুনৰ প্ৰশ্ন উত্থাপন হৈছে ।(প্ৰতীকী ফটো)

5 / 5

জানিব পৰা মতে,ডবাৰ পৰা ইঞ্জিনটো কিয় বিচ্ছিন্ন হৈ গ’ল তাৰ কাৰণ নিৰ্ণয় কৰিবলৈ তদন্ত আৰম্ভ কৰিছে ৰে’লৱেৰ বিষয়াসকলে ।(প্ৰতীকী ফটো)

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...