Egg Benefits : কণীৰ কোনটো অংশ স্বাস্থ্যৰ বাবে অতি উপকাৰী ? | egg benefits for health in assamese Assam news - Assam Tv9

Egg Benefits : কণীৰ কোনটো অংশ স্বাস্থ্যৰ বাবে অতি উপকাৰী ? কুহুম নে কণীৰ বগা অংশ !

Published: 

28 Oct 2024 | 05:51 PM

বহু ক্ষেত্ৰত চিকিৎসকে বহু ৰোগীক কণী খোৱাত নিষেধাজ্ঞা আৰোপ কৰে। বহু লোকে জিমলৈ গ’লে নিয়মিতভাৱে কণী খায় । কিন্তু সাধাৰণতে কণীৰ কোনটো অংশ খালে ভাল? বগা অংশ নে কণীৰ কুহুম ?

1 / 8বহু ক্ষেত্ৰত চিকিৎসকে বহু ৰোগীক কণী খোৱাত নিষেধাজ্ঞা আৰোপ কৰে। বহু লোকে জিমলৈ গ’লে নিয়মিতভাৱে কণী খায় ।

বহু ক্ষেত্ৰত চিকিৎসকে বহু ৰোগীক কণী খোৱাত নিষেধাজ্ঞা আৰোপ কৰে। বহু লোকে জিমলৈ গ’লে নিয়মিতভাৱে কণী খায় ।

2 / 8

জিম কৰা সকলে কুহুমৰ সলনি কেৱল কণীৰ বগা অংশটোহে খাবলৈ পছন্দ কৰে।

3 / 8

কিন্তু সাধাৰণতে কণীৰ কোনটো অংশ খালে ভাল? বগা অংশ নে কণীৰ কুহুম ?

4 / 8

কেলৰি - কেলৰিৰ বাবে কণীৰ কুহুম খালে ভাল। এটা কণীৰ কুহুমত ১৭ শতাংশ কেলৰি থাকে। কিন্তু শক্তি লাভ কৰিব বিচাৰিলে ব্ৰেকফাষ্টত গোটা কণী খাব লাগে। এই ক্ষেত্ৰত কেলৰিৰ পৰিমাণ ৫৪ শতাংশ পোৱা যায়।

5 / 8

চৰ্বি – কণীৰ কুহুম ওজন কমাবলৈ উপকাৰী। কণীৰ কুহুমত চৰ্বি নাথাকে। গোটেই কণীটোত ৩.৬ গ্ৰাম চৰ্বি থাকে। গতিকে যদিও কণীৰ কুহুম ওজন কমাবলৈ ভাল, যদি আপুনি শক্তি বাবে খায় তেন্তে গোটা কণী ভাল।

6 / 8

প্ৰটিন -গোটা কণীত ১০ শতাংশ প্ৰটিন থাকে। কণীৰ কুহুমত প্ৰটিন থাকে ৭ শতাংশ।

7 / 8

কলেষ্টেৰল – গোটা কণীত ৪৭ শতাংশ কলেষ্টেৰল থকাৰ বিপৰীতে কণীৰ কুহুমত কলেষ্টেৰল একেবাৰে নাথাকে।

8 / 8

কলেষ্টেৰল – গোটা কণীত ৪৭ শতাংশ কলেষ্টেৰল থকাৰ বিপৰীতে কণীৰ কুহুমত কলেষ্টেৰল একেবাৰে নাথাকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব