মাজনিশা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত, আপোনাৰ অঞ্চলত হৈছে নেকি ক্ষয়-ক্ষতি? | Earthquake tremors felt in Assam at midnight, 4.8 magnitude earthquake jolts Assam news - Assam Tv9

মাজনিশা ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত, আপোনাৰ অঞ্চলত হৈছে নেকি ক্ষয়-ক্ষতি?

Updated On: 

24 Jan 2025 | 08:26 AM

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। নিশা ১২.৫৩ বজাত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰত আৰু ১০৬ কিলোমিটাৰ গভীৰত।

1 / 5মাজনিশা অসমত ভূমিকম্পৰ জোকাৰণি অনুভূত। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৮।

মাজনিশা অসমত ভূমিকম্পৰ জোকাৰণি অনুভূত। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৪.৮।

2 / 5

ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল ম্যানমাৰ। ১২ বাজি ৫৫ মিনিটত অহা এই ভূমিকম্প প্ৰায় ২৫ ছেকেণ্ডলৈ অনুভূত হৈছিল।

3 / 5

নিশা ১২.৫৩ বজাত প্ৰথমটো ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ভূমিকম্পৰ অভিকেন্দ্ৰ ম্যানমাৰত আৰু ১০৬ কিলোমিটাৰ গভীৰত।

4 / 5

মাজনিশা এটা নহয় দুটাকৈ ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য। প্ৰথমটোৰ প্ৰাৱল্য কম আছিল যদিও দ্বিতীয়টোৰ প্ৰাৱল্য অধিক আছিল।

5 / 5

ভূমিকম্পৰ ফলত কোনো লোকৰ মৃত্যু বা সা-সম্পত্তিৰ ক্ষতি হোৱা নাই। উত্তৰ-পূৰ্বাঞ্চলৰ কেইবাটাও প্ৰান্তত এই কঁপনি অনুভূত হোৱাৰ বাবে সকলোৰে মাজত হাহাকাৰৰ সৃষ্টি হৈছে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...