ডাঙৰ ভূমিকম্পই জোকাৰি গ'ল সমগ্ৰ অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৮... | earthquake today assam struck by 5.9 magnitude tremors see all in details Assam news - Assam Tv9

ডাঙৰ ভূমিকম্পই জোকাৰি গ’ল সমগ্ৰ অসম, ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ৫.৮…

Updated On: 

14 Sep 2025 | 09:26 PM

Assam earthquake: অসমত তীব্ৰ ভূমিকম্পৰ জোকাৰণি। অসমৰ লগতে বাংলাদেশ, চীন, ম্যানমাৰ আদিতো এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয় বুলি জানিব পৰা গৈছে।

1 / 5ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল অসমৰ বিভিন্ন প্ৰান্ত। ১৪ ছেপ্টেম্বৰৰ বিয়লি ৪.৪১ মিনিটত এই ভূমিকম্প হয়। এই ভূমিকম্প অতি প্ৰৱল আছিল।

ভয়ংকৰ ভূমিকম্পই জোকাৰি গ'ল অসমৰ বিভিন্ন প্ৰান্ত। ১৪ ছেপ্টেম্বৰৰ বিয়লি ৪.৪১ মিনিটত এই ভূমিকম্প হয়। এই ভূমিকম্প অতি প্ৰৱল আছিল।

2 / 5

তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.৮। ইয়াৰ বিপৰীতে এই ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ ওদালগুৰিৰ পৰা ১৫ কিলোমিটাৰ গভীৰতাত।

3 / 5

এই ভূমিকম্পৰ জোকাৰণি অসমৰ লগতে বাংলাদেশ, ম্যানমাৰ,ভূটান, চীন আদিতো অনুভূত হয় বুলি জানিব পৰা গৈছে। অৱশ্যে এতিয়ালৈকে ক্ষয় ক্ষতিৰ তথ্য আহি পৰা নাই।

4 / 5

অসমৰ বহু প্ৰান্তত এই ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ইয়াৰ ফলত কিবা ক্ষয়-ক্ষতি হৈছে নেকি সেয়া তথ্য পৰৱৰ্তী সময়ত পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

5 / 5

অসমৰ বিভিন্ন প্ৰান্তত চলি থকা বৰষুণৰ মাজতে হোৱা এই ভূমিকম্পই মানুহক শংকিত কৰিছে। নামনি অসমৰ পৰা উজনি অসমৰ প্ৰায় প্ৰতিটো প্ৰান্ততে জোকাৰণি অনুভূত হয়। অভিকেন্দ্ৰ ওদালগুৰিত হোৱা বাবে প্ৰান্তৰ অঞ্চলসমূহত জোকাৰণি তীব্ৰ হয়।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...