Earthquake: পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম, প্ৰাবল্য কিমান? | Earthquake shakes Assam magnitude 4.1 tremors hit Goalpara on 24 January Assam news - Assam Tv9

Earthquake: পুনৰ ভূমিকম্পই জোকাৰি গ’ল অসম, প্ৰাবল্য কিমান?

Published: 

24 Jan 2026 | 10:53 PM

Earthquake in Assam: ২৪ জানুৱাৰী, শনিবাৰ নিশা ১০:০৮ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১।

1 / 5ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশতো ভূমিকম্পৰ প্ৰভাৱ পৰে।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। গুৱাহাটীৰ লগতে ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে উত্তৰ-পূব ভাৰত, চুবুৰীয়া দেশতো ভূমিকম্পৰ প্ৰভাৱ পৰে।

2 / 5

২৪ জানুৱাৰী, শনিবাৰ নিশা ১০:০৮ বজাত অনুভূত হয় জোকাৰণি। ৰাষ্ট্ৰীয় ভূমিকম্প বিজ্ঞান কেন্দ্ৰই(National Centre for Seismology) প্ৰকাশ কৰা তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১।

3 / 5

এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল অসমৰ গোৱালপাৰা জিলা। ১০ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প।

4 / 5

ৰাজ্যত হঠাৎ ভূমিকম্পৰ জোকাৰণিয়ে সকলোকে আচৰিত কৰি তুলিছে। হঠাৎ অহা এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য পোৱা নাই।

5 / 5

উল্লেখ্য যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...