Earthquake: পুনৰ ভূমিকম্পই জোকাৰিলে অসম, প্ৰাবল্য কিমান? | Earthquake shakes Assam Estimated magnitude 4.2 tremors felt sevral part of india and Bhutan Assam news - Assam Tv9

Earthquake: পুনৰ ভূমিকম্পই জোকাৰিলে অসম, প্ৰাবল্য কিমান?

Updated On: 

27 Dec 2025 | 06:58 PM

এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰৰ ঢেকীয়াজুলি। মাটিৰ পৰা ১৩ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প।

1 / 5ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে জোকাৰণি অনুভূত হয়। ভাৰতৰ কিছু ঠাইৰ লগতে চুবুৰীয়া দেশ ভূটানতো ভূমিকম্পৰ প্ৰভাৱ পৰে।

2 / 5

শনিবাৰে সন্ধিয়া ৬.১২ বজাত অনুভূত হয় জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ আনুমানিক প্ৰাবল্য আছিল ৪.২।

3 / 5

এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰৰ ঢেকীয়াজুলি। মাটিৰ পৰা ১৩ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প।

4 / 5

ৰাজ্যত হঠাৎ ভূমিকম্পৰ জোকাৰণিয়ে সকলোকে আচৰিত কৰি তুলিছে। হঠাৎ অহা এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য পোৱা নাই।

5 / 5

উল্লেখ্য যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...