মাজনিশা ভূমিকম্পই জোকাৰি গ'ল ৰাজ্য, প্ৰাবল্য আছিল ৫.২ | Earthquake in assam magnitude with 5.2 Wednesday night know in details Assam news - Assam Tv9

মাজনিশা ভূমিকম্পই জোকাৰি গ’ল ৰাজ্য, প্ৰাবল্য আছিল ৫.২

Published: 

28 May 2025 | 06:41 AM

Earthquake in assam: পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত বুধবাৰে মাজনিশা প্ৰায় ১ বাজি ৫৪ মিনিটত কম্পন অনুভূত হয়।

1 / 5ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে মাজনিশা প্ৰায়  ১ বাজি ৫৪ মিনিটত কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত  এই  ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.২ ।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। বুধবাৰে মাজনিশা প্ৰায় ১ বাজি ৫৪ মিনিটত কম্পন অনুভূত হয়। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৫.২ ।

2 / 5

ভূমিকম্পৰ অভিকেন্দ্ৰ মণিপুৰ বুলি জানিব পৰা গৈছে। ভাৰতৰ লগতে চুবুৰীয়া বাংলাদেশ আৰু ম্যানমাৰতো অনুভূত হয় জোকাৰণি।

3 / 5

জানিব পৰা মতে, গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত ইয়াৰ কম্পন অনুভূত হয়। অৱশ্যে এতিয়ালৈকে ইয়াৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই।

4 / 5

উল্লেখ্য যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।

5 / 5

যাৰ বাবে প্ৰায়ে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। চলিত বছৰটোতে কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে অসমক।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...