পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য, ৰিখটাৰ স্কেলত প্ৰাবল্য কিমান? | Earthquake in assam magnitude with 4.1 Tuesday morning know in details Assam news - Assam Tv9

পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য, ৰিখটাৰ স্কেলত প্ৰাবল্য কিমান?

Published: 

08 Jul 2025 | 11:01 AM

Earthquake in assam: পুনৰ ভূমিকম্পই জোকাৰি গ'ল অসম। গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত মঙলবাৰে পুৱা প্ৰায় ৯ বাজি ২২ মিনিটত কম্পন অনুভূত হয়।

1 / 5ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। মঙলবাৰে পুৱা প্ৰায় ৯ বাজি ২২ মিনিটত কম্পন অনুভূত হয়।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। মঙলবাৰে পুৱা প্ৰায় ৯ বাজি ২২ মিনিটত কম্পন অনুভূত হয়।

2 / 5

ভূমিকম্পৰ অভিকেন্দ্ৰ অসমৰ কাৰ্বি আংলং জিলাত বুলি জানিব পৰা গৈছে। National Center for Seismologyৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৪.১।

3 / 5

জানিব পৰা মতে, গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন ঠাইত ইয়াৰ কম্পন অনুভূত হয়। অৱশ্যে এতিয়ালৈকে ইয়াৰ ক্ষয়-ক্ষতিৰ কোনো তথ্য পোহৰলৈ অহা নাই।

4 / 5

উল্লেখ্য যে, ভাৰতৰ অন্যতম ভূমিকম্প প্ৰৱণ অঞ্চল অসম। ইয়াত প্ৰায়ে ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। ই ছিছমিক জ’ন V ৰ অধীনত পৰে, অৰ্থাৎ ইয়াত প্ৰচণ্ড কঁপনিৰ আশংকা বেছি।

5 / 5

যাৰ বাবে প্ৰায়ে ৰাজ্যত ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। চলিত বছৰটোতে কেইবাটাও ভূমিকম্পই জোকাৰি গৈছে অসমক।

পুৰুষৰ তুলনাত মহিলাৰ ওজন কিয় দ্ৰুত বৃদ্ধি পায়? ইয়াৰ মূল কাৰণবোৰ জানক
ঘৰৰ পৰা পইতাচোৰা দূৰ কৰাৰ ৫টা সহজ, ঘৰুৱা উপায়...
যকৃত দুৰ্বল হৈ পৰাৰ ৫টা সাধাৰণ লক্ষণ কি, জানক...
প্ৰস্ৰাৱত বেছিকৈ ফেন আহে নেকি? এয়া কি ৰোগৰ লক্ষণ জানক...
আজমল মতে পল্টু মুখ্যমন্ত্ৰী কোন?
যোৰহাটত জাতি বচাওক, মাটি বচাওক পদযাত্ৰা কংগ্ৰেছৰ...
ভোটাৰ তালিকা বিসংগতি সন্দৰ্ভত কংগ্ৰেছৰ প্ৰতিবাদ...
গীত গাই নৱবৰ্ষৰ শুভেচ্ছা জনালে বদৰুদ্দিন আজমলে