ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ ঠাইত কোনো ক্ষয়-ক্ষতি হৈছে নেকি? | Earthquake hits Bangladesh, tremors felt in Assam and adjoining areas Assam news - Assam Tv9

ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ ঠাইত কোনো ক্ষয়-ক্ষতি হৈছে নেকি?

Updated On: 

21 Nov 2025 | 10:46 AM

ভাৰতৰ দুখন চুবুৰীয়া দেশত ভূমিকম্পৰ কম্পন। বাংলাদেশ আৰু পাকিস্তানৰ ভূমি কঁপি উঠিল ভূমিকম্পত। আতংকিত হৈ পৰিছে জনসাধাৰণ। এই কম্পন অসমতো অনুভূত হয়।

1 / 5ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে অনুভূত জোকাৰণি।

ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি। ৰাজ্যৰ প্ৰায় প্ৰতিখন জিলাতে অনুভূত জোকাৰণি।

2 / 5

পুৱা ১০ বাজি ১০ মিনিটত অনুভূত জোকাৰণি। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৫.২।

3 / 5

প্ৰাথমিক তথ্য অনুসৰি, ভূমিকম্পৰ অভিকেন্দ্ৰ বাংলাদেশ বুলি জানিব পৰা গৈছে।

4 / 5

ৰাজ্যত হঠাৎ ভূমিকম্পৰ জোকাৰণিয়ে সকলোকে আচৰিত কৰি তুলিছে। হঠাৎ অহা এই ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতিৰ তথ্য পোৱা নাই।

5 / 5

বাংলাদেশৰ ৰাজধানী ঢাকাত এই তীব্ৰ ভূমিকম্পৰ সৃষ্টি হৈছে। শুকুৰবাৰে পুৱা ঢাকা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত হঠাৎ প্ৰচণ্ড ভূমিকম্পৰ সৃষ্টি হয়। বাংলাদেশৰ ভূমিকম্পই ভাৰতৰ পশ্চিম বংগৰ অঞ্চলকো কঁপাই তুলিছে। এই ভূমিকম্পৰ পিছত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে। ঘৰৰ পৰা মানুহ ওলাই আহিল। ইয়াৰ কেইঘণ্টামান আগতে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তানতো ভূমিকম্পৰ সৃষ্টি হৈছিল।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...