Earthquake in Assam: পুনৰ ভূমিকম্পই জোঁকাৰি গ'ল ৰাজ্য, ৰিখটাৰ স্কেলত প্ৰাবল্য কিমান? | Earthquake hits Assam Today Magnitude of 3.2 Assam news - Assam Tv9

পুনৰ ভূমিকম্পই জোঁকাৰি গ’ল ৰাজ্য, ৰিখটাৰ স্কেলত প্ৰাবল্য কিমান?

Published: 

21 Apr 2025 | 09:50 AM

Earthquake in Assam: ৰাজ্যত আকৌ ভূমিকম্প । পুৱা ৪.৪৬ বজাত অনুভূত হয় ভূমিকম্প। ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২।

1 / 5এটাৰ পাছত আনটো ভূমিকম্পই জোঁকাৰি গৈছে অসম।  ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ ভূমিকম্প অনুভূত হয় ৰাজ্যত।

এটাৰ পাছত আনটো ভূমিকম্পই জোঁকাৰি গৈছে অসম। ৪৮ ঘণ্টাৰ ভিতৰত দুটাকৈ ভূমিকম্প অনুভূত হয় ৰাজ্যত।

2 / 5

সোমবাৰে পুৱা ৪.৪৬ বজাত অনুভূত হয় ভূমিকম্প। National Center for Seismologyৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ৩.২।

3 / 5

এই ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল শোণিতপুৰত। মাটিৰ পৰা ১৩ কিলোমিটাৰ গভীৰতাত সংঘটিত হৈছিল ভূমিকম্প।

4 / 5

উল্লেখ্য যে শনিবাৰে পুৱা ৭.৩৮ বজাত ৰাজ্যত অনুভূত হৈছিল ভূমিকম্পৰ জোঁকাৰণি। National Center for Seismologyৰ তথ্য অনুসৰি ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাবল্য আছিল ২.৯।

5 / 5

ভূমিকম্পৰ অভিকেন্দ্ৰ আছিল নগাঁও। এতিয়া সঘনাই হোৱা ভূমিকম্পই আতংকিত কৰি ৰাখিছে জনতাক। কেইদিনমান পূৰ্বে ম্যানমাৰত হোৱাত প্ৰচণ্ড ভূমিকম্প প্ৰাণ হেৰুৱাইছিল হাজাৰ হাজাৰ লোকে।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...