শ্বাহৰুখ আৰু দীপিকা পাডুকনৰ প্ৰিয় গাড়ীখন আপুনিও কিনিব বিচাৰে নেকি? ইয়াৰ মাইলেজ ২১.৮ কিলোমিটাৰ
Hyundai Creta ভাৰতীয় বজাৰত অন্যতম বেষ্ট চেলাৰ গাড়ী। ইয়াৰ বৈশিষ্ট্য যেনে পেনোৰামিক ছানৰুফ, ডাঙৰ টাচস্ক্ৰীণ, এডিএছ আদি আছে। ই ভাৰতীয় ক্ৰেতাৰ বাবে এক ব্যৱহাৰিক আৰু ষ্টাইলিছ এছইউভি।
1 / 5

2 / 5
3 / 5
4 / 5
5 / 5