Gold Silver Rate: সোণ কিনিব বিচাৰিছে নেকি? আজি হ্ৰাস পালে সোণ-ৰূপৰ দৰ... | Do you want to buy gold, Gold and silver prices fall today Assam news - Assam Tv9

Gold Silver Rate: সোণ কিনিব বিচাৰিছে নেকি? আজি হ্ৰাস পালে সোণ-ৰূপৰ দৰ…

Updated On: 

25 Jul 2025 | 11:34 AM

সোণৰ মূল্য পুনৰ বৃদ্ধি পাইছে। ২৫ জুলাই তাৰিখে আপোনাৰ চহৰত ১০ গ্ৰাম ১৮ কেৰেট, ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ দাম কিমান জানো আহক।

1 / 5Gold Rate Today: আজি ২৫ জুলাই শুকুৰবাৰে সোণ আৰু ৰূপৰ শীৰ্ষ স্তৰৰ পৰা নামি আহিছে। আজি ১০০০ টকা পৰ্যন্ত হ্ৰাস হৈছে সোণ। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ১,০১,০০০ টকা। ২২ কেৰেট সোণৰ হাৰ ৯২,৬০০ টকাৰ ওপৰত। ৰূপৰ দৰ ১,১৭,৯০০ টকা হৈছে।

Gold Rate Today: আজি ২৫ জুলাই শুকুৰবাৰে সোণ আৰু ৰূপৰ শীৰ্ষ স্তৰৰ পৰা নামি আহিছে। আজি ১০০০ টকা পৰ্যন্ত হ্ৰাস হৈছে সোণ। ২৪ কেৰেটৰ ১০ গ্ৰাম সোণৰ মূল্য প্ৰায় ১,০১,০০০ টকা। ২২ কেৰেট সোণৰ হাৰ ৯২,৬০০ টকাৰ ওপৰত। ৰূপৰ দৰ ১,১৭,৯০০ টকা হৈছে।

2 / 5

ভাৰতত আজি ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৪৮ টকা, ২২ কেৰেট সোণৰ ৯,২১০ টকা আৰু ১৮ কেৰেট সোণৰ (৯৯৯ সোণ বুলিও কোৱা হয়) প্ৰতি গ্ৰামত ৭,৫৩৬ টকা।

3 / 5

আজি গুৱাহাটীত সোণৰ মূল্য ২৪ কেৰেট সোণৰ প্ৰতি গ্ৰামত ১০,০৯৬ টকা, ২২ কেৰেট সোণৰ প্ৰতি গ্ৰামত ৯,২৫৪ টকা।

4 / 5

২৪ জুলাইত সোণ-ৰূপৰ মূল্য যথেষ্ঠ বাঢ়িছিল। ২৪ কেৰেট সোণৰ মূল্য ১,০৪০ টকা হৈ ১০ গ্ৰামত ১,০২,৩৪০টকাত উপনীত হৈছে। আনহাতে ৰূপৰ ১,০০০ টকা বৃদ্ধিৰে ১,১৯,১০০ কিলোগ্ৰামত বিক্ৰী হৈছিল।

5 / 5

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি, আজি গুৱাহাটীত ৰূপৰ মূল্য ১১৮ টকা আৰু প্ৰতি কিলোগ্ৰামত ১,১৮,০০০ টকা।

ইউৰিক এচিডৰ সমস্যা আছে নেকি ? এই ফলবোৰ কেতিয়াও নাখাব
ডায়েবেটিছৰ পৰা ওজন হ্ৰাসলৈ, ক’লা ৰাজমাহে কি কি ৰোগ নিয়ন্ত্ৰণত সহায় কৰে ? জানক
এনে ‘আয়ুৰ্বেদিক মন্ত্ৰ’ৰে সুস্থ কৰি ৰাখিব পাৰিব লিভাৰ, বাচিব জেপৰ ধন
বৈবাহিক জীৱনত দূৰত্ব? এই ৫ টা ভুল কেতিয়াও নকৰিব
গোলাঘাটত সংযুক্ত আয়ুক্ত কাৰ্যালয় মুকলি মুখ্যমন্ত্ৰীৰ
সৰ্থেবাৰীৰ কাপলা বিলত পৰিভ্ৰমী চৰাইৰ কাকলি
অজিত পাৱাৰৰ শেষ কৃত্য সম্পন্ন
অজিত পাৱাৰক শেষ শ্ৰদ্ধাঞ্জলি নীতিন নবীনৰ...