Yellow Watermelon: ৰঙা নে হালধীয়া! গৰমত কি ৰঙৰ তৰমুজ বেছি উপকাৰী জানক | Do you know what color watermelon is best in summer Assam news - Assam Tv9

Yellow Watermelon: ৰঙা নে হালধীয়া! গৰমত কি ৰঙৰ তৰমুজ বেছি উপকাৰী জানক

Published: 

16 Aug 2025 17:59 PM

Yellow Watermelon: তৰমুজৰ কথা শুনিলেই আমাৰ মনলৈ আহে সোৱাদ আৰু ৰঙৰ কথা। কিন্তু আপুনি কেতিয়াবা হালধীয়া তৰমুজ খাইছেনে? এই বিশেষ প্ৰকাৰৰ তৰমুজ ক্ৰমান্বয়ে ভাৰতত জনপ্ৰিয় হৈ পৰিছে।

1 / 6গ্ৰীষ্মকালত প্ৰিয় ফলসমূহৰ ভিতৰত অন্যতম তৰমুজ। এনে এটা ফল যি সোৱাদত আচৰিত হোৱাই নহয়, শৰীৰ শীতল কৰাৰ ক্ষেত্ৰতো অতি উপকাৰী বুলি গণ্য কৰা হয়।

গ্ৰীষ্মকালত প্ৰিয় ফলসমূহৰ ভিতৰত অন্যতম তৰমুজ। এনে এটা ফল যি সোৱাদত আচৰিত হোৱাই নহয়, শৰীৰ শীতল কৰাৰ ক্ষেত্ৰতো অতি উপকাৰী বুলি গণ্য কৰা হয়।

2 / 6

বৰ্তমান ভাৰতৰ বহু কৃষকেও হালধীয়া তৰমুজৰ খেতি কৰে। ভাৰততো এই তৰমুজৰ চাহিদা বাঢ়িছে। লগতে ইয়াৰ স্বাস্থ্য উপকাৰিতা যথেষ্ঠ বেছি। ই কেৱল শৰীৰক হাইড্ৰেট কৰাই ই বহু পুষ্টিকৰ উপাদানেৰেও সমৃদ্ধ হৈ থাকে। ভাৰতৰ এই হালধীয়া তৰমুজটো ক’ৰ পৰা আহিল?

3 / 6

হালধীয়া তৰমুজৰ উৎপত্তি আফ্ৰিকাত বুলি ধাৰণা কৰা হয়। ৰঙা তৰমুজৰ দৰেই সাধাৰণ তৰমুজৰ ই এক প্ৰাকৃতিক জাত। কেইবছৰমান আগতে ভাৰতলৈ আমদানি কৰা হৈছিল। বৰ্তমান দেশৰ কিছু ঠাইত ইয়াৰ খেতি কৰিছে। মহাৰাষ্ট্ৰ, কৰ্ণাটক, তেলেংগানা, অন্ধ্ৰ প্ৰদেশৰ দৰে ৰাজ্যৰ একাংশ কৃষকে ইয়াৰ খেতি কৰে। এই তৰমুজ খালে কি কি লাভ হয়?

4 / 6

হালধীয়া তৰমুজে ই ছালৰ কোষ মেৰামতি কৰে আৰু বয়সৰ ৰেখা কমায়, ছালখন উজ্জ্বল আৰু যৌৱনশীল কৰি ৰাখে।

5 / 6

শৰীৰক শীতল আৰু হাইড্ৰেচন প্ৰদান কৰে। ঘামৰ ফলত গৰম বতৰত শৰীৰৰ পৰা পানী ক্ষয় হয়। হালধীয়া তৰমুজত প্ৰায় ৯০-৯২% পানী থাকে। যাৰ বাবে ই শৰীৰক শীতল কৰি ৰাখে আৰু পানীৰ অভাৱ ৰোধ কৰে।

6 / 6

হালধীয়া তৰমুজত প্ৰচুৰ পৰিমাণে ফাইবাৰ থাকে, যাৰ ফলত হজম শক্তি উন্নত হয়। ই কোষ্ঠকাঠিন্য দূৰ কৰে আৰু পেট পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। লগতে ই লঘু আৰু সহজে হজম কৰিব পৰা, যাৰ ফলত পেট ভৰি থাকে আৰু গেছ বা বদহজমৰ সৃষ্টি নহয়।

ডেটিং এপত প্ৰৱঞ্চনাৰ পৰা কেনেকৈ আঁতৰি থাকিব পাৰি? স্মাৰ্ট টিপছ জানক
এইসমূহ স্বাস্থ্যজনিত কাৰণত আপোনাৰ ভোক কমিব পাৰে !
পুৱা শুই উঠি আইনাত মুখ চোৱাটো ভাল নে বেয়া? আপুনিও কৰে নেকি এই ভুল?
চুগাৰৰ মাত্ৰা বৃদ্ধি হ’লে শৰীৰত দেখা যায় এই ৩টা লক্ষণ? সাৱধান হওক...