দেওবাৰৰ দিনটোত নকৰিব এই ভুল, ভয়ংকৰ লোকচানৰ সন্মুখীন হ’ব লাগিব আপুনি! | Do not make these mistakes on sunday Assam news - Assam Tv9

দেওবাৰৰ দিনটোত নকৰিব এই ভুল, ভয়ংকৰ লোকচানৰ সন্মুখীন হ’ব লাগিব আপুনি!

Updated On: 

13 Apr 2025 10:30 AM

Sunday: হিন্দু ধৰ্মত দেওবাৰৰ দিনটোত ভগৱান সূৰ্যক পূজা কৰা হয়। এই দিনটোত পূজা কৰিলে শুভ ফল পোৱা যায়। কিন্তু এই দিনটোত কিছুমান কাম কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। এইবোৰ কি কি জানো আহক।

1 / 5হিন্দু ধৰ্মত দেওবাৰ ভগৱান সূৰ্যৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত ভগৱান সূৰ্যক পূজা কৰা হয়। দেওবাৰ পূজা আৰু কিছু প্ৰতিকাৰ কৰিলে ভগৱান সূৰ্য সুখী হয় বুলি বিশ্বাস আছে। এই নিয়ম মানি চলিলে আপুনি সূৰ্য ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব। কিন্তু এই দিনটোত কিছুমান বিশেষ কাম পৰিহাৰ কৰিব লাগে। অন্যথা ৰাশিফলত সূৰ্যৰ অৱস্থান দুৰ্বল হৈ পৰে আৰু বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

হিন্দু ধৰ্মত দেওবাৰ ভগৱান সূৰ্যৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত ভগৱান সূৰ্যক পূজা কৰা হয়। দেওবাৰ পূজা আৰু কিছু প্ৰতিকাৰ কৰিলে ভগৱান সূৰ্য সুখী হয় বুলি বিশ্বাস আছে। এই নিয়ম মানি চলিলে আপুনি সূৰ্য ঈশ্বৰৰ আশীৰ্বাদ লাভ কৰিব। কিন্তু এই দিনটোত কিছুমান বিশেষ কাম পৰিহাৰ কৰিব লাগে। অন্যথা ৰাশিফলত সূৰ্যৰ অৱস্থান দুৰ্বল হৈ পৰে আৰু বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়।

2 / 5

হিন্দু ধৰ্মত দেওবাৰৰ দিনটোত ভগৱান সূৰ্যক পূজা কৰা হয়। এই দিনটোত পূজা কৰিলে শুভ ফল পোৱা যায়। কিন্তু এই দিনটোত কিছুমান কাম কৰাটো নিষিদ্ধ বুলি গণ্য কৰা হয়। এইবোৰ কি কি জানো আহক।

3 / 5

মাংস আৰু সুৰা সেৱন নকৰিব – দেওবাৰে মাংস আৰু সুৰা সেৱন কৰিব নালাগে। এনে কৰাটো অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে ভগৱান সূৰ্য ঈশ্ব ক্ৰোধিত হয়। লগতে আৰ্থিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। ঘৰলৈ দৰিদ্ৰতা আহে। গতিকে দেওবাৰে মাংস আৰু সুৰা সেৱন নকৰিব।

4 / 5

এই ৰঙৰ কাপোৰ পিন্ধাৰ পৰা বিৰত থাকক- তামৰ পৰা তৈয়াৰী বস্তু দেওবাৰে ক্ৰয় কৰিব নালাগে। তামৰ পৰা তৈয়াৰী বস্তু কিনাটো অতি অশুভ বুলি গণ্য কৰা হয়। এই দিনটোত নীলা, ক’লা আৰু সেউজীয়া কাপোৰ পৰিধান কৰাৰ পৰা বিৰত থাকক। এই দিনটোত জোতাও পিন্ধিব নালাগে।

5 / 5

চুলি কাটিব নালাগে – বহুতে বন্ধ দিন বুলি দেওবাৰে চুলি কাটে। কিন্তু ইয়াৰ পৰা আঁতৰি থকা উচিত। এই দিনটোত চুলি কটাটো অতি অশুভ বুলি গণ্য কৰা হয়। এনে কৰিলে জীৱনত নেতিবাচক প্ৰভাৱ পৰে। ইয়াৰ বাবে ৰাশিফলত সূৰ্যৰ অৱস্থান দুৰ্বল হৈ পৰে।

আমাৰ পেটত কিদৰে কৃমিৰ সৃষ্টি হয়? চাওঁ আহক এই সমস্যা দূৰ কৰাৰ ঘৰুৱা উপায়
জীৱনত সফল হোৱাটো নিশ্চিত, আজিৰে পৰা পালন কৰক এইকেইটা নিয়ম!
কেনেকৈ ৰোধ কৰিব গ্ৰীষ্মকালীন ভাইৰাছৰ সংক্ৰমণ? তালিকাত ৰাখক এইসমূহ খাদ্য
কিয় প্ৰতিখন দেশে প্ৰস্তুত কৰিব নোৱাৰে পাৰমাণৱিক অস্ত্ৰ? জানক কাৰণ...